ETV Bharat / state

মৰিয়নীত উদ্ধাৰ মৃত নাহৰফুটুকী

author img

By

Published : Nov 9, 2019, 7:36 PM IST

মৰিয়নীত উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ ৷ নাহৰফুটুকীটো গাড়ীৰ খুন্দাত নিহত হোৱাৰ সন্দেহ কৰিছে বনবিভাগৰ লোকৰ ৷

মৰিয়নীত উদ্ধাৰ মৃত নাহৰফুটুকী

মৰিয়নী, 9 নৱেম্বৰঃ শনিবাৰে মৰিয়নীৰ নিউ সোণোৱাল খণ্ড বিষয়াৰ কাৰ্যালয় সমীপত উদ্ধাৰ হয় এটি প্ৰকাণ্ড নাহৰফুটুকীৰ মৃতদেহ ৷ নাহৰফুটুকীটো গাড়ীৰ খুন্দাত নিহত হোৱাৰ সন্দেহ কৰিছে বনবিভাগৰ লোকৰ ৷ ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হয় মৰোণত্তৰ পৰীক্ষাৰ বাবে নাহৰফুটুকী প্ৰেৰণ কৰে হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যলৈ ৷

মৰিয়নীত উদ্ধাৰ মৃত নাহৰফুটুকী
Dead leopard recoverd in Mariani

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে কৰ্টাৰপুৰ ক'ৰিডৰ

Intro:MARIANI DEATH LEOPARD RECOVER

মৰিয়নীত মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ।

মৰিয়নী নিউ সোনোৱাল খণ্ড বন বিষয়াৰ কাৰ্যলয়ৰ সমীপৰ MKG পথত আজি পুৱা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হয়। মৃত প্ৰাপ্তবয়স্ক মাইকী বাঘ জনী গাড়ীৰ প্ৰচণ্ড খুন্দাত মৃত হোৱা বুলি সন্দেহ কৰিছে বনবিভাগৰ লোকে। পৰৱৰ্তী সময়ত নিউসোনোৱাল খণ্ড বন বিষয়া নৱজ্যোতি বৰা উপস্থিত হৈ মৃত বাঘটোক উদ্ধাৰ কৰি মৰুণোত্তৰ পৰীক্ষাৰ বাবে মৰিয়নী হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যলৈ প্ৰেৰণ কৰে।

BITE :- BIT

RANJIT BORAH
MARIANIBody:MARIANI DEATH LEOPARD RECOVER

MARIANIConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.