ETV Bharat / state

যোৰহাটত সাংবাদিকক আক্ৰমণ

author img

By

Published : Apr 28, 2019, 10:40 AM IST

Updated : Apr 28, 2019, 11:41 AM IST

মুকলমুৱাৰ পাচত এইবাৰ যোৰহাটত সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা ৷ পাঁচ-ছয়জনীয়া এটা দুৰ্বৃত্তৰ দলে যোৰহাটৰ সাংবাদিক ৰাজীৱ বৰাৰ ওপৰত চলালে আক্ৰমণ ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সাংবাদিকগৰাকী ৷

সাংবাদিকক আক্ৰমণ

যোৰহাট, 28 এপ্ৰিল : নলবাৰীৰ মুকলমুৱাত সাংবাদিক আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাচতে এইবাৰ যোৰহাটতো সংঘটিত হ'ল সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ যোৰহাট ইলেক্ট্ৰনিক মিডিয়াৰ সভাপতি তথা ৰাজ্যৰ এটা ব্যক্তিগত চেনেলৰ যোৰহাটৰ সাংবাদিক ৰাজীৱ বৰাক শনিবাৰে দুৰ্বৃত্তই আক্ৰমণ কৰে । যোৰহাট নগৰৰ দছ এণ্ড কোম্পানীৰ ওচৰত পাঁচ-ছয়জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে সাংবাদিকগৰাকীক । দুৰ্বৃত্তৰ আক্ৰমণত মূৰত আঘাত পোৱা সাংবাদিকগৰাকী বৰ্তমানে চিকিৎসাধীন হৈ আছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত । ইপিনে ইতিমধ্যে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত এটা আৰক্ষীৰ দলে যোৰহাটৰ দক্ষিণ সৰ্বাইবন্ধাৰ আনন্দৰাম দাস নামৰ যুৱকগৰাকীক আটক কৰিছে ।

পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা 

মুকলমুৱাৰ পাচত এইবাৰ যোৰহাট  সাংবাদিক আক্ৰমণৰ ঘটনা ৷ পাঁচ-ছয়জনীয়া এটা দুৰ্বৃত্তৰ দলে চলালে আক্ৰমণ ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত  যোৰহাটৰ সাংবাদিক ৰাজীৱ বৰা ৷ 

যোৰহাট, 28 এপ্ৰিল : নলবাৰীৰ মুকলমুৱাত সাংবাদিক আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাচতে এইবাৰ যোৰহাটত সংঘটিত হ'ল সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ যোৰহাট ইলেক্ট্ৰনিক মিডিয়াৰ সভাপতি তথা ৰাজ্যৰ এটা ব্যক্তিগত চেনেলৰ যোৰহাটৰ সাংবাদিক ৰাজীৱ বৰাক দুৰ্বৃত্তৰ আক্ৰমণ । যোৰহাট নগৰৰ দছ এণ্ড কোম্পানীৰ ওচৰত পাঁচ-ছয়জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে সাংবাদিকগৰাকীক । দুৰ্বৃত্তৰ আক্ৰমণত মূৰত আঘাত পোৱা সাংবাদিকগৰাকী বৰ্তমানে চিকিৎসাধীন হৈ আছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ।
 ইপিনে ইতিমধ্যে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত এটা আৰক্ষীৰ দলে যোৰহাটৰ দক্ষিণ সৰ্বাইবন্ধাৰ আনন্দৰাম দাস নামৰ যুৱকক আটক কৰিছে ।

Last Updated : Apr 28, 2019, 11:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.