ETV Bharat / state

যোৰহাট পূলিবৰত কেব বিৰোধী প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত 6 জন

author img

By

Published : Dec 12, 2019, 4:18 PM IST

Updated : Dec 12, 2019, 6:57 PM IST

যোৰহাট
যোৰহাট পূলিবৰত কেব বিৰোধী প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত 6 জন

16:12 December 12

JORHAT HUNGAMA

যোৰহাট, 12 ডিচেম্বৰঃ পশ্চিম যোৰহাটত পূলিবৰ আৰক্ষী থানাৰ আন্তৰ্গত পূলিবৰত একাং​শ কেব বিৰোধী প্ৰতিবাদকাৰীয়ে 6 জনকৈ নিৰীহ লোকক শাৰীৰিকভাবে প্ৰহাৰ কৰে ৷ প্ৰহাৰত গুৰুতবভাবে আহত হয় ব্যক্তি কেইজন ৷ ব্যক্তি কেইজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷ বৰ্তমানলকৈ চিনাক্ত হোৱা নাই  প্ৰতিবাদকাৰীকেইজন ৷ 

Intro:Body:

JORHAT HUNGAMA

Conclusion:
Last Updated : Dec 12, 2019, 6:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.