ETV Bharat / state

ৰঙালীক আদৰিবলৈ সাজু যোৰহাটৰ ডেকা-গাভৰু

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ শেষ হোৱাৰ পাচতে যোৰহাটৰ গড়মূৰত যুৱক-যুৱতীৰ বিহুৰ প্ৰস্তুতি তুংগত । কিয়নো পৰম্পৰা ৰক্ষা কৰি গৰু বিহুৰ দিনাই গাৱৰ ঘৰে ঘৰে হুচৰি মাৰিব ডেকা গাভৰুসকলে

author img

By

Published : Apr 12, 2019, 7:53 PM IST

ৰঙালী বিহুৰ প্ৰস্তুতি

যোৰহাট, ১২ এপ্ৰিলঃ নঙলামুখ পালেহি হেপাঁহৰ ৰঙালী ।‌ কঁকালত টঙালি বান্ধি ৰঙালীক আদৰিবলৈ সাজু প্ৰতিজন অসমীয়া । সৰ্বত্ৰে এতিয়া ঢোলৰ গুমগুমণী । হেপাঁহৰ ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি সমগ্ৰ ৰাজ্যজুৰি। গাৱে গাৱে নাচনী ঢুলীয়াৰ দিনে নিশাই বিহুৰ প্ৰস্তুতি। ব্যতিক্ৰম নহয় যোৰহাটৰ ডেকা-গাভৰু। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ শেষ হোৱাৰ পাচতে যোৰহাটৰ গড়মূৰ যুৱক-যুৱতীৰ বিহুৰ প্ৰস্তুতি তুংগত । কিয়নো পৰম্পৰা ৰক্ষা কৰি গৰু বিহুৰ দিনাই গাৱৰ ঘৰে ঘৰে হুচৰি মাৰিব ডেকা গাভৰুসকলে ।

ৰঙালীক আদৰাৰ প্ৰস্তুতি

চাওক তে চাওক তে নঙলামুখত হেপাঁহৰ ৰঙালী বিহু।‌।ককালত টঙালি বান্ধি সাজু অসমীয়া।।।সৰ্বত্ৰে এতিয়া ঢুলৰ গুমগুমণী।।

চাওতে চাওতে নঙলামুখত এতিয়া হেপাঁহৰ মুখত।হেপাঁহৰ ৰঙালীক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি।
প্ৰথম পয্যায়ৰ লোক সভা নিৰ্বাচনৰ ভোটগ্ৰহন শেষ হোৱাৰ লগে লগে বজাৰত বিৰদি নোপোৱা বাট।গাৱে গাৱে নাচনী ঢুলীয়াৰ দিনে নিশাই বিহুৰ প্ৰস্তুতি।মাথো এটা দিনৰ পাছতেই বহাগৰ উৰুকা।গৰু বিহুৰ দিনাই গাৱৰ ঘৰে ঘৰে হুচৰি মৰাৰ দিন।যোৰহাটৰ ডেকা গাভৰু ব্যক্তিক্ৰম নহয় বিহুৰ আদৰাক লৈ।যোৰহাটৰ গড়মূৰ যুৱক যুৱতীৰ প্ৰস্তুতি তুংগত।বিহুৰ পৰম্পৰা ৰক্ষা কৰি প্ৰত্যেক বছৰৰ দৰে এইবাৰো সাজু ৰঙালী বিহুকলৈ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.