ETV Bharat / state

সাঁচি গছ চোৰ কৰিবলৈ গৈ আটক চোৰ

author img

By

Published : Mar 2, 2019, 12:00 PM IST

Updated : Mar 2, 2019, 12:16 PM IST

ৰাইজে ধৰি বান্ধি চমজালে আৰক্ষীক

টীয়কত আটক সাচী চোৰ

যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰ কাকতি গাঁৱৰ মৃনাল শইকীয়া নামৰ এজন লোকৰ বাৰীৰ পৰা শুকুৰবাৰে নিশা এটা চোৰৰ দলে সাঁচি গছ কাটি নি থকা অৱস্থাত স্থানীয় কেইজনমান যুৱকে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে।

টীয়কত আটক সাচী চোৰ

জানিব পৰা মতে বহু দিনৰে পৰা উক্ত অঞ্চলটোত চোৰে উপদ্ৰৱ চলাই আহিছিল,সেয়ে শুকুৰবাৰে নিশা এক গোপন সুত্ৰৰ পম খেদি গাঁৱৰ ৰাইজে চোৰৰ দলটোৰ এজন সদস্য বাবু শইকীয়াক আটক কৰিবলৈ সক্ষম হয় যদিও দলটিৰ অন্যতম নায়ক জগদুৱাৰ নতুন গাঁৱৰ দেৱজিৎ বৰুৱা ওৰফে ক'লাগুটি উক্ত স্থানৰ পৰা পলায়ন কৰে। আৰক্ষীৰ তদন্তৰ পিচতহে অন্য তথ্য জানিবলৈ পৰা যাব।

টীয়কত নিশা সাচী চোৰ আটক/ৰাইজে চমজালে আৰক্ষীক

:কালি নিশা টীয়কৰ জগদুৱাৰ কাকতি গাঁৱৰ মৃনাল শইকীয়া নামৰ এজন ব্যক্তিৰ বাৰীৰ সাচী গছ নিশা এটা চোৰৰ দলক কাটি লৈ যোৱাৰ পথত স্হানীয় কেইবাজনো যুৱকে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে। জানিব পৰা মতে সেই অঞ্চলত আজি বহু দিনৰে পৰা নিশা সাচীগছ চোৰ হৈ আছিল।সেয়ে স্হানীয় একাংশ যুৱকে নিশা পহৰাৰ ব্যৱস্থা কৰিছিল।কালি নিশা এক গোপন সুত্ৰৰ পম খেদি চোৰৰ চক্ৰটোৰ জগদুৱাৰ গায়ন গাঁৱৰ বাবু শইকীয়া নামৰ এটা চোৰক আটক কৰিবলৈ সক্ষম হয় যদিও দলটিৰ অন্যতম নায়ক জগদুৱাৰ নতুন গাঁৱৰ দেৱজিৎ বৰুৱা ওৰফে ক'লাগুটি উক্ত স্হানৰ পৰা পলায়ন কৰে।অৱশ্যে বাবুক কৰায়ত্ব কৰাৰ পাছত বাবুৰ চিকাৰ উক্তি মতে তামুলীচিগাৰ সঞ্জয় গগৈ নামৰ এজন ব্যক্তিৰ ঘৰত আৰু অধিক সাচীৰ টুকুৰা উদ্ধাৰ কৰে।আৰক্ষীয়ে ইতিমধ্যে কটা সাচীবোৰ জব্দ কৰিছে আৰু বাবু আৰু ঘৰতটোৰ স্বত্বাধিকাৰী সঞ্জয়ক তদন্তৰ বাবে টীয়ক আৰক্ষী থানালৈ প্ৰেৰণ কৰিছে।

Byte1-চোৰ

Byte2-সাচীৰ মালিক

Byte3- ঘৰৰ মালিক

Last Updated : Mar 2, 2019, 12:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.