ETV Bharat / state

যোৰহাটত পথ দুৰ্ঘটনা : কথমপি প্ৰাণ ৰক্ষা দুজনৰ - অগ্নি নিৰ্বাপক

যোৰহাট জিলাৰ ভোগদৈ দলঙৰ সমীপত এখন তেল ভৰ্তি ট্ৰাক আৰু মটৰ চাইকেলৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা দুজন বাইক আৰোহীৰ ৷

যোৰহাটত পথ দুৰ্ঘটনা
author img

By

Published : Aug 8, 2019, 11:36 AM IST

যোৰহাট,8আগষ্ট : যোৰহাট জিলাৰ ভোগদৈ দলঙৰ সমীপত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ কথমপি প্ৰাণ ৰক্ষা পৰে দুজন বাইক আৰোহীৰ ৷

যোৰহাটত পথ দুৰ্ঘটনা

ঘটনা অনুসৰি, AS_09A 1509 নম্বৰৰ এখন তেল ভৰ্তি ট্ৰাক কেন্দুগুৰী দিশলৈ গৈ থকা অৱস্থাত আন এখন AS03U-2485 নম্বৰৰ মটৰ চাইকেলে অভাৰ-টেক কৰিবলৈ চেষ্টা কৰে ৷ দ্ৰুত গতিত অহা মটৰ চাইকেলখন সোমাই যায় ট্ৰাকৰ তলত ৷ মটৰ চাইকেলত আছিল দুজনকৈ যুৱক ৷ যুৱকদুজনে ঘটনা সংঘটিত হোৱাৰ লগে-লগে জপিয়াই দিয়ে , যাৰ বাবে যুৱকদুজনৰ ৰক্ষা পৰে প্ৰাণ ৷ ট্ৰাকখনৰ তেলৰ টেংকিত মটৰ চাইকেলখন লাগি ধৰাৰ লগতে টেংকিটো ফুটুৱাই দিয়াৰ ফলত পথৰ তেলেৰে পৰিপূৰ্ণ হৈ পৰে ৷ ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী ৷

Intro:ভয়ানক দুৰ্ঘটনা সংঘটিত যোৰহাটত।।সৌভাগ্য ক্ৰমে ৰক্ষা পৰিল দুই আৰোহি।।Body:একাংশ যূৱকৰ দ্ৰুত বেগত মটৰ চাইকেল চলোৱা প্ৰতিযোগিতাৰ ফলতেই সময়ে সময়ে সংঘটিত হৈ আহিছে ভয়ানক দুৰ্ঘটনা।যোৰহাট চহৰখনৰ ভৌগদৈ দলংৰ সমীপত পুৱা ৯:৩০ বজাতে সংঘটিত হোৱা দুৰ্ঘটনাৰ পৰা কথমটি ৰক্ষা পৰিল দুই মটৰ চাইকেল আৰোহি।উল্লেখযোগ্য যে চহৰ দিশৰ পৰা AS_09A 1509 নম্বৰৰ ট্ৰাক খন কেন্দুগুৰী দিশলৈ গৈ থকা অৱস্থাত এখন AS03U-2485 নম্বৰৰ হিৰহোন্ডা মটৰ চাইকেলে দ্ৰুত গতিত অভাৰ-ট্ৰেক কৰিব চেষ্টা কৰোতো ট্ৰাকখনৰ তলত সোমাই যায়।সৌভাগ্য ক্ৰমে যুৱক দ্বয়ে জপিয়াই দিয়াৰ ফলত ৰক্ষা পৰে।দুৰ্ঘটনা টো ইমানেই ভয়ানক আছিল যে ট্ৰাক খনৰ তেলৰ টেংকিত মটৰ চাইকেলখন লাগি ধৰা লগতে টেংকিটো ফুটোৱাই দিয়াৰ ফলত পথৰ ওপৰত তেলৰে পৰিপূৰ্ণ হৈ পৰিল।অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে তৎক্ষাণীক ভাৱে ঘটনা সংঘটিত হোৱা স্হানত উপস্থিত হৈ অগ্নি কান্ড সংঘটিত হোৱা পৰা ৰক্ষা কৰে।Conclusion:একাংশ অভিভাৱকে কম বয়সীয়া যুৱকৰ হাতত মটৰ-চাইকেল তুলি দিয়াৰ লগতে কিছু যুৱকৰ দ্ৰুত গতিত মটৰ চাইকেল চলোৱা প্ৰৱণতাৰ বাবেই এনেদৰে সংঘটিত হোৱা দুৰ্ঘটনাৰ ফলত অকালতে বহু লোকে প্ৰাণ হেৰোৱাব লগিয়া হৈছে।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.