ETV Bharat / state

উৎকট গৰমঃ কি দৰে সুস্থ ৰাখিব নিজকে ? - Jorhat

উৎকট গৰমে জ্বলাকলা খুৱাব পাৰে আপোনাকো ৷ গৰমৰ ফলত আপুনিও আক্ৰান্ত হ‘ব পাৰে বিভিন্ন ৰোগত ৷ এনেবোৰ ৰোগৰ পৰা কি দৰে নিজকে বচাই ৰাখিব পাৰিব সেই সম্পৰ্কে বিভিন্ন পৰামৰ্শ আগবঢ়াইছে চিকৎসকে ৷

উৎকট গৰম
author img

By

Published : Jun 13, 2019, 1:38 PM IST

যোৰহাট,13 জুনঃ উৎকট গৰমে দহিছে ৰাজ্য ৷ এই গৰমৰ সময়চোৱাত আপোনাৰ শৰীৰত দেখা দিব পাৰে বিভিন্ন ৰোগে ৷ গৰমে কঢ়িওৱা এই বিপদৰ পৰা কিদৰে পৰিত্ৰাণ পাব আপুনি এই সম্পৰ্কে আগবঢ়োৱা ডাক্তৰৰ পৰামৰ্শ-

  • উৎকট গৰমৰ পৰা হাত সাৰিবলৈ অধিক বিশুদ্ধ পানী খোৱাৰ পৰামৰ্শ
  • ফাষ্ট ফুড, বটলৰ শীতল পানীয়, বাহিৰৰ খাদ্য আদি গ্ৰহণ নকৰিবলৈ পৰামৰ্শ
  • সহজেই হজম হোৱা আহাৰ গ্ৰহণ কৰক
  • ফল-মূল অধিক পৰিমাণে খাওঁক
  • কপাহী বস্ত্ৰ পৰিধান কৰক
    উৎকট গৰমঃ ডাক্তৰৰ পৰামৰ্শ

উৎকট গৰমে দহিছে ৰাজ্যক।।গৰমত কি কৰিব, কি নকৰিব।।চাওক আমাৰ এক প্ৰতিবেদন।।

প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক।যোৰহাটতো ৰুস্ঠ হৈ পৰিছে প্ৰকৃতি।সূৰ্যৰ প্ৰখৰ ৰদৰ উত্তাপত জুন মাহৰ প্ৰথম পষেকতে দেহ দহি যোৱাৰ অৱস্হাৰ হৈছে।উৎকট গৰমৰ পৰা কি দৰে হাত সাৰিবলৈ খাওক প্ৰযাপ্ত বিশুদ্ধ পানী।বিশেষকৈ গ্ৰীষ্মকালীন সময়ছোৱাত শিশুৰ ক্ষেত্ৰত বহু বেছি পৰিমাণে ৰোগ হোৱা দেখা পোৱা যায়।এনে সময়ত আপুনি পৰাপক্ষত বজাৰৰ খাদ্য, ফাছফোড,বটলৰ শীতল পানী খোৱাৰ পৰা বিৰত থাকক।সহজেই হজম হোৱা আহাৰ গ্ৰহণ কৰক।শিশুৰ ক্ষেত্ৰত মানিব লগিয়া বিভিন্ন ধৰণৰ বেৱস্হাৰ সম্পৰ্কে শিশু বিশেষজ্ঞই কি কয় ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.