ETV Bharat / state

ক’লা পতাকা প্ৰদৰ্শনেৰে হুংকাৰ: অসমীয়াই কা' কেইয়াও গ্ৰহণ নকৰে - অসমীয়াই কা' কেইয়াও গ্ৰহণ নকৰে

কা' বাতিলৰ দাবীত আজি ক'লা দিৱস পালন কৰে যোৰহাট জিলা ছাত্ৰ সন্থাই ৷ এই আইন বাতিল নকৰা পৰ্যন্ত কা' বিৰেধী প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ যোৰহাট জিলা ছাত্ৰ সন্থাৰ ৷

Anti-Citizenship Amendment Act 2019
কলা পতাকা প্ৰদৰ্শনেৰে হুংকাৰ: অসমীয়াই কা' কেইয়াও গ্ৰহণ নকৰে
author img

By

Published : Dec 11, 2020, 7:15 PM IST

যোৰহাট, 11 ডিচেম্বৰ : নাগৰিকত্ব সংশোধিত আইন 2019 ৰ বাতিলৰ দাবীত আজি ক'লা দিৱস পালন কৰে যোৰহাট জিলা ছাত্ৰ সন্থাই ৷ যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শাৰী শাৰী ক’লা পতাকা প্ৰদৰ্শন কৰি সদৌ অসম ছাত্র সন্থাই দিল্লী দিছপুৰক সকিয়াই দিয়ে যে কা' অসমীয়া ৰাইজে কেতিয়াও মানি নলয় ।

শুকুবাৰে কা' বাতিলৰ দাবীত সমগ্র ৰাজ্যত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ সমান্তৰালভাৱে এই কলা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰি এই আইন বাতিল নকৰা পৰ্যন্ত কা' বিৰেধী প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকা প্ৰদান কৰে যোৰহাট জিলা ছাত্ৰ সন্থাই ৷

Anti-Citizenship Amendment Act 2019
কলা পতাকা প্ৰদৰ্শনেৰে হুংকাৰ: অসমীয়াই কা' কেইয়াও গ্ৰহণ নকৰে

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনৰ ১১ ডিচেম্বৰ দিনটোতে নাগৰিকত্ব সংশোধিত বিধেয়ক 2019 সংসদৰ মজিয়াত উত্থাপ কৰিছিল । ইয়াৰ পিচতে এই বিধেয়ৰ বিৰোধে প্ৰতিবাদ মুখৰ হৈ পৰিছিল অসম, উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশ ৷ অসমতো এই আন্দোলনৰ ফলশ্ৰুতিত পুলিচৰ গুলিত প্ৰাণ হেৰুৱাইছিল পাঁচজন প্ৰতিবাদী ছাত্ৰই ৷

লগতে পঢ়ক: দীঘলীপুখুৰীৰ পাৰৰ পৰা ৰণহুংকাৰ লাইভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.