ETV Bharat / state

যোৰহাটতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব AN-32 বিমান দুৰ্ঘটনাত নিহতক ! - airforce

বায়ুসেনাৰ দুৰ্ভগীয়া ১৩গৰাকী সেনা জোৱানৰ যোৰহাটতে শেষকৃত্য সম্পন্ন কৰাৰ সম্ভাৱনা ৷ যোৰহাটৰ গড়মূৰস্থিত শ্মশান পৰিদৰ্শন জিলা উপায়ুক্ত ৰৌচনী অপাৰঞ্জী কৰাটিৰ ৷

যোৰহাটতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব AN-32 বিমান দুৰ্ঘটনাত নিহতক !
author img

By

Published : Jun 14, 2019, 11:35 AM IST

যোৰহাট, 14 : যোৰহাটৰ গড়মূৰস্থিত শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সম্ভাৱনা AN-32 বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আটাইকেইগৰাকী বায়ুসেনাৰ ৷ বিমানখনৰ লগতে দুৰ্ভগীয়া ১৩গৰাকী সেনা জোৱানক উদ্ধাৰৰ পাচতে আটাইকেইগৰাকীকে গড়মূৰস্থিত শ্মশানতে শেষকৃত্য সম্পন্ন কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ ইতিমধ্যে যোৰহাট জিলা উপায়ুক্ত ৰৌচনী অপাৰঞ্জী কৰাটিয়ে পৰিদৰ্শন কৰিছে শ্মশানখনৰ লগতে যোৰহাট জিলা প্ৰশাসনে তদাৰক কৰিছে শ্মশানখনৰ ৷

যোৰহাটতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব AN-32 বিমান দুৰ্ঘটনাত নিহতক !

উল্লেখ্য যে, বিগত 3 জুনত যোৰহাটৰ পৰা অৰুণাচলৰ মেচুকালৈ অনুশীলনৰ বাবে উৰা মাৰিছিল ভাৰতীয় বায়ুসেনাৰ বিমানখনে আৰু উৰণৰ 35 মিনিট পাচৰ পৰাই সংযোগ বিচ্ছিন্ন হৈ পৰিছিল বিমানখনৰ সৈতে ৷ তাৰ পাচতে বহু অভিযানৰ অন্তত 11 জুনত অৰুণাচলৰ লিপোৰ পৰা 16 কিঃ মিঃ আঁতৰত সন্ধান পোৱা গৈছিল AN-32 ৰ ধ্বংসাৱশেষৰ ৷ পৰৱৰ্তী পৰ্যায়ত বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয় বিমানখনত যোৱা বায়ুসেনাৰ 13 গৰাকী সেনাৰ নিথৰ দেহ ৷

বায়ু সেনাৰ ইতিহাসত মৰ্মান্তিক ঘটনাৰ সাক্ষী হব এখন শ্মশান।।

অৰুণাচলৰ মাচুকাত দূৰ্ঘটনা সংঘটিত হৈ প্ৰান আহুতি দিয়া ভাৰতীয় বায়ু সেনাৰ ১৩ জনকৈ প্ৰাৰ্গত বিষয়া ইতিমধ্যে মৃত্যু হোৱা নিশ্চিত কৰিছে বায়ু সেনাই।ইতিমধ্যে বিমান খনৰ লগতে দূৰ্ভগীয়া সেনা কেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।যদি সকলো সময়তে হয় তেনেহলে আজিৰ ভিতৰত সেনা কেইজনৰ অন্তষ্ঠিক্ৰীয়া সম্পন্ন হব যোৰহাটৰ গড়মূৰস্হীত শ্মশানত।ইতিমধ্যে যোৰহাট জিলা প্ৰশাসনে তদাৰক কৰিছে শ্মশানখনৰ।শ্মশানৰ স্বেচ্ছাসেৱী য়ে জনোৱা মতে পূৱাৰ ভাগতে যোৰহাট জিলা উপায়ুক্ত ৰশ্মি অপাৰঞ্জী কৰাটিয়ে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.