ETV Bharat / state

আক্ৰান্ত লোকৰ বুজ ল'বলৈ যোৰহাটত কৃষক নেতা অখিল গগৈ - যোৰহাট

বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা অখিল গগৈৰ

কৃষক নেতা অখিল গগৈ
author img

By

Published : Feb 26, 2019, 2:40 PM IST

যোৰহাট, ২৬ ফেব্ৰুৱাৰীঃবিষাক্ত সুৰা পান কৰাৰ ফলত আক্ৰান্ত হোৱা ৰোগীসকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ মঙলবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয়কৃষক নেতা অখিল গগৈ। চিকিৎসা মহাবিদ্যালয় খনত উপস্থিত হৈ কৃষক নেতাজনে বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী, আবকাৰী মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ ভাষাৰে গৰিহণাদিয়ে।

চিকিৎসা মহাবিদ্যালয় খনত উপস্থিত হৈ কৃষক নেতাজনে কয় যেবিজেপি দল তথা বিজেপি চৰকাৰে "গুড গভৰ্নেন্স"ৰ কথা কয় ,কিন্তু প্ৰায় দুশ মানুহৰ মৃত্যুয়ে চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে। লগতে কয় যে এইসকল লোকৰ মৃত্যুৱে একৈশ শতিকাত আজিও কিদৰে ৰাজ্যৰ চাহ শ্ৰমিক সকলে জীৱন নিৰ্বাহ কৰি আহিছে সেয়া প্ৰতিফলিত কৰিলে ।আনহাতে বহুবল্কী স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দম্ভালি মৰা কথাৰ সন্দৰ্ভতো দাঙ খাই উঠেকৃষক নেতাজন। ইয়াৰ ওপৰিও যদি স্বাস্থ্য খণ্ডৰ উন্নয়ন সাধন হৈছে তেতিয়া হ'লে কিয় চিকিৎসাধীন অৱস্থাত ইমান সংখ্যক লোকৰ মৃত্যু ঘটিবলৈ পালে বুলি অখিল গগৈয়ে স্বাস্থ্য মন্ত্ৰীক সমালোচনা কৰে ।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৃষক নেতা অখিল গগৈ।‌আক্ৰান্ত ৰোগীৰ শাৰীৰিক অৱস্থা বুজ ললে।
সম্পূৰ্ণ ৰূপে মদ বন্ধ কৰিব লাগিব।।

ৰাজ্যখনৰ ৫৮০ খনকৈ বৃহৎ চাহ বাগিচা আছে।প্ৰায় ৬০ লাখকৈ অধিক চাহ শ্ৰমিক আছে।বিজেপি আৰু আৰ এছ এয়ে মাত্ৰ চাহ শ্ৰমিক অভূৱাহে ভৰি আহিছে।
বিজেপি দল তথা বিজেপি চৰকাৰে good governess ৰ কথা কয়,কিন্তু প্ৰায় দুশ মানুহৰ মৃত্যু য়ে চৰকাৰৰ প্ৰকৃত ৰূপ টো উদঙাই দিলে।

এইসকল লোকৰ মৃত্যু প্ৰতিফলিত কৰিলে একৈশ শতিকাত আজিও কিদৰে ৰাজ্যৰ চাহ শ্ৰমিক সকলে জীৱন নিৰ্বাহ কৰি আহিছে।
আনহাতে বহু বল্কী স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দম্ভালি মৰা কথা উদঙ খালে।সততে ৰাজ্যৰ স্বাস্থ্য খন্ডৰ উন্নতি সাধন হোৱা বুলি কোৱা স্বাস্থ্য মন্ত্ৰী গৰাকীৰ বিভাগৰ আছল ছৱি উলাই পৰিল।যদি স্বাস্থ্য খন্ডৰ উন্নয়ন সাধন হৈছে তেতিয়া হলে কিয় চিকিৎসাধীন অৱস্থাত ইমান সংখ্যক লোকৰ মৃত্যু ঘটিবলৈ পালে।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আজি বিষাক্ত সূৰা সেৱন ফলত আক্ৰান্ত হোৱা ৰোগী সকলত স্বাস্থ্যৰ বুজ লৱলৈ আহি তীব্ৰ ভাষাৰে বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী, আবকাৰী মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰে কৃষক নেতা অখিল গগৈ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.