ETV Bharat / state

মৰিয়নিত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

author img

By

Published : Oct 19, 2019, 5:23 AM IST

Updated : Oct 19, 2019, 7:09 AM IST

মৰিয়নিত বিশালকায় অজগৰ উদ্ধাৰ ৷ বন বিভাগে উদ্ধাৰ কৰে সাপটো ৷

মৰিয়নিত বিশালকায় অজগৰ উদ্ধাৰ

মৰিয়নি,18 অক্টোবৰঃ মৰিয়নিৰ সমীপৰ নকছাৰীৰ দিহিংয়া গাওঁত শুক্ৰবাৰে নিশা বনবিভাগে এটা বিশালকায় অজগৰ উদ্ধাৰ কৰে । ঘটনা অনুসৰি দিহিংয়া গাঁওৰ নিবাসী ৰূপা গগৈৰ বাৰীৰ পুখুৰীত প্ৰায় ১৪ ফুট দীঘল এটা অজগৰ পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰি তৎক্ষণাত মৰিয়নিৰ বনবিভাগক অৱগত কৰে ৷ খবৰ লাভ কৰি মৰিয়নি বনবিভাগৰ অধীনত মৰঙীয়াল বনখণ্ডৰ বনকৰ্মীৰ এটা দল উপস্থিত হৈ অজগৰ সাপটো উদ্ধাৰ কৰে । পৰৱৰ্ত্তী সময়ত বনবিভাগৰ লোকে সাপটো হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়ে ।

আৰু পঢ়ক

মৰিয়নিত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
Intro:Big Python rescued

মৰিয়নীত বিশালকায় অজগৰ উদ্ধাৰ

মৰিয়নীৰ সমীপৰ নকছাৰীৰ দিহিংয়া গাওঁত নিশা এটা বিশালকায় অজগৰ উদ্ধাৰ কৰে। জানিব পৰা মতে দিহিংয়া গাঁওৰ নিবাসী ৰূপা গগৈৰ বাৰীৰ পুখুৰীত প্ৰায়১৪ ফুট দীঘল অজগৰ পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে। তৎক্ষণাত পৰিয়ালৰ লোকে মৰিয়নীৰ বনবিভাগক অৱগত কৰোৱাত মৰিয়নী বনবিভাগৰ অধীনত মৰঙীয়াল বনখণ্ডৰ বনকৰ্মী উপস্থিত হৈ অজগৰ সাপটো উদ্ধাৰ কৰে। পৰৱৰ্ত্তী সময়ত বন বিভাগৰ লোকে সাপটো হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যত মুকলি কৰি দিয়ে।

Ranjit Borah
MarianiBody:Big Python rescued

MarianiConclusion:
Last Updated : Oct 19, 2019, 7:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.