ETV Bharat / state

লংকা আঞ্চলিক বনবিভাগৰ অভিযানত জব্দ চোৰাং কাঠ ভৰ্তি বাহন - লংকাৰ খাৰিখানাৰ পৰা জব্দ

হোজাই জিলা লংকা আঞ্চলিক বনবিভাগৰ অভিযানত জব্দ চোৰাং কাঠ ভৰ্তি টাটা মোবাইল বাহন । লংকাৰ খাৰিখানাৰ পৰা জব্দ কৰা হয় AS০১ AC ২৯৭১ নম্বৰৰ বাহনখন ।

লংকা আঞ্চলিক বনবিভাগৰ অভিযানত জব্দ চোৰাং কাঠ ভৰ্তি বাহন

author img

By

Published : Feb 6, 2021, 7:58 PM IST

হোজাই, ৬ ফেব্ৰুৱাৰী: হোজাই জিলা লংকা আঞ্চলিক বনবিভাগৰ অভিযানত জব্দ চোৰাং কাঠ ভৰ্তি টাটা মোবাইল বাহন । শনিবাৰে লংকা আঞ্চলিক বন বিভাগ চলোৱা অভিযানত লংকাৰ খাৰিখানাৰ পৰা জব্দ কৰা হয় AS০১ AC ২৯৭১ নম্বৰৰ বাহনখন । ঘটনা অনুসৰি, লংকাৰ খাৰিখানাৰ পৰা এই বাহনখনে অবৈধভাৱে কাঠখিনি সৰবৰাহৰ উদ্দেশ্যে লৈ গৈ আছিল । পাচত বনবিভাগৰ লোকে খেদি খেদি জব্দ কৰে বাহনখন ।

লংকা আঞ্চলিক বনবিভাগৰ অভিযানত জব্দ চোৰাং কাঠ ভৰ্তি বাহন
লংকা আঞ্চলিক বনবিভাগৰ অভিযানত জব্দ চোৰাং কাঠ ভৰ্তি বাহন

জব্দকৃত চোৰাং কাঠখিনিৰ মূল্য প্ৰায় ১ লাখ টকা বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে । জব্দ কৰা এই চোৰাং কাঠসহ টাটা মবাইল বাহনখন লংকা আঞ্চলিক বনবিভাগৰ কাৰ্যালয়ত ৰখা হৈছে । ঘটনা সন্দৰ্ভত লংকা আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে লংকা আঞ্চলিক বনবিভাগেও অভিযান অব্যাহত ৰাখিছে । কাৰ ছত্ৰছয়াত এইদৰে চোৰাং বেহা দিনে-নিশাই চলিছে তদন্তৰ অন্তত পোহৰলৈ আহিব ইয়াৰ সমগ্ৰ তথ্য ।

লগতে পঢ়ক:ইকো-টুৰিজিম সংবৰ্ধনৰ লক্ষ্যৰে মুকলি "প্ৰজেক্ট যাযাবৰ"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.