ETV Bharat / state

হোজাই জিলাৰ লংকাত উপস্থিত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন

অংকিতাৰ বাসগৃহত কংগ্ৰেছৰ এটা সজাঁতি দলৰ সৈতে ৰকিবুল হুছেইনে কৃতী শিক্ষাৰ্থীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ এখন ফুলাম গামোচা, এটা জাপি আৰু শৰাইৰে অংকিতাক সম্বৰ্ধনা জ্ঞাপন কৰে ৰকিবুল হুছেইনে ৷

অংকিতা দে'ৰ ঘৰত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন

author img

By

Published : Jun 19, 2020, 3:13 AM IST

হোজাই, 18 জুন : হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান প্ৰাপ্ত হোজাই জিলাৰ লংকাৰ সুভাষ নগৰৰ অংকিতা দে'ৰ ঘৰত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে দশম স্থান দখল কৰি হোজাইলৈ গৌৰৱ কঢ়িয়াই আনিছিল অংকিতাই ৷

অংকিতা দে'ৰ ঘৰত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন

অংকিতাৰ বাসগৃহত কংগ্ৰেছৰ এটা সজাঁতি দলৰ সৈতে ৰকিবুল হুছেইনে কৃতী শিক্ষাৰ্থীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ এখন ফুলাম গামোচা, এটা জাপি আৰু শৰাইৰে অংকিতাক সম্বৰ্ধনা জ্ঞাপন কৰে ৰকিবুল হুছেইনে ৷ অংকিতাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে পৰৱৰ্তী সময়ত শিক্ষাৰ ক্ষেত্ৰত সহায়ৰ প্ৰতিশ্ৰুতি জ্ঞাপন কৰে ৰকিবুল হুছেইনে ৷

লগতে পঢ়কঃ দশম স্থান দখল কৰা অংকিতা দেৰ বাসগৃহত সাংসদ প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.