ETV Bharat / state

লংকাৰ দুৰ্গা পূজাত সাংসদ প্ৰদ্যুৎ বৰদলৈ - মন্দিৰৰ উন্নয়নৰ বাবে 10 লাখ টকাৰ অনুদানৰ ঘোষণা

লংকাৰ ঐতিহ্যমণ্ডিত লংকেশ্বৰী পূজা মণ্ডপত উপস্থিত হৈ মাঁৰ আশীৰ্বাদ লোৱাৰ লগতে পূজা উপভোগ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ মন্দিৰৰ উন্নয়নৰ বাবে 10 লাখ টকাৰ অনুদানৰ ঘোষণা সাংসদ গৰাকীৰ ৷

লংকাৰ দুৰ্গা পূজাত সাংসদ প্ৰদ্যুৎ বৰদলৈ
author img

By

Published : Oct 6, 2019, 10:44 PM IST

হোজাই, 6 অক্টোবৰঃ অষ্টমীৰ দিনটোত হোজাইৰ লংকাৰ দুৰ্গা পূজাত সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ লংকাৰ ঐতিহ্যমণ্ডিত লংকেশ্বৰী পূজা মণ্ডপত উপস্থিত হৈ মাঁৰ আশীৰ্বাদ লোৱাৰ লগতে পূজা উপভোগ কৰে সাংসদ গৰাকীয়ে ৷ তেওঁ লংকেশ্বৰী মন্দিৰৰ উন্নয়নৰ বাবে 10 লাখ টকাৰ অনুদানৰ ঘোষণা কৰে ৷ সাংসদ গৰাকীৰ লগত উপস্থিত আছিল তেওঁৰ পত্নী আৰু পৰিয়াল ৷

আজি মহা অষ্টমী।সমগ্র ৰাজ্যখনৰ লগতে যোৰহাট চহৰটো উখল মাখল পৰিৱেশ।

শাৰদীয় দূৰ্গোৎসৱত এপাক ফুৰা মাদকতা কেনেকৈ এৰে।এই মাদকতা পোৱা যায় যোৰহাট চহৰৰ গড় আলিত।গড় আলিত আপোন জন তথা পৰিয়ালৰ সৈতে এপাক নুফুৰিলে শাৰদীয় পুজাৰ মাদকতা পোৱা নাযায়।বিৰ দি বাট নোপোৱা অৱস্থা গড় আলিত।চৌদিশে মাথো দৰ্শানাৰ্থীৰ ভিৰ।মাজুলীৰ পৰা ও আহিছে শাৰদীয় দূৰ্গোৎসৱত এপাক ফুৰিবলৈ।দশানাৰ্থীৰ সুৰক্ষা দিশৰ প্ৰতি লক্ষ্য ৰাখি দিয়া হৈছে কট কটিয়া নিৰাপত্তা ব্যৱস্থাৰ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.