ETV Bharat / state

Magha Purnima Mela: হোজাইৰ মাঘী মেলাত অলেখ ভক্তৰ সমাগম - Maghi Purnima Mela commences across Assam

হোজাইৰ যোগীযান ৰাজবাৰীত আয়োজন মাঘী মেলা (Maghi Mela Celebrate at Hojai) ৷ মাঘী পূৰ্ণিমা উপলক্ষে আয়োজিত এই মেলাত বহু ৰাইজৰ সমাগম ঘটে ৷

Maghi Mela
হোজাইৰ মাঘী মেলাত অলেখ ভক্তৰ সমাগম
author img

By

Published : Feb 16, 2022, 10:33 PM IST

হোজাই, 16 ফেব্ৰুৱাৰী : আজি অৰ্থাৎ বুধবাৰে মাঘী পূৰ্ণিমা । পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে হোজাইৰ যোগীযান ৰাজবাৰীত আয়োজন কৰা হয় মাঘী মেলাৰ (Maghi Mela Celebrate at Hojai) । বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অতি উলহ-মালহেৰে উদযাপন কৰা হয় ৰাজবাৰীৰ শিৱ মন্দিৰৰ প্ৰাংগনত এই মেলা ।

হোজাইৰ মাঘী মেলাত অলেখ ভক্তৰ সমাগম

বিগত বছৰত ক’ভিডৰ ভয়াবহতাৰ বাবে চৰকাৰী নীতি-নীৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি মেলা অনুষ্ঠিত হোৱা নাছিল ৷ কিন্তু এইবাৰ চলিত মাহৰ 15 ফেব্ৰুৱাৰীৰ পৰা চৰকাৰে পৰিহাৰ কৰিছে ক’ভিডৰ নীতি-নিৰ্দেশনা ৷ সেয়ে এইবাৰ অতি উলহ মালহেৰে আয়োজন কৰা হৈছে মাঘী পূৰ্ণিমৰ মেলাভাগ ৷

হোজাইৰ যোগীযান ৰাজবাৰীত আয়োজিত এই মেলাভাগত হোজাই জিলাকে ধৰি পাৰ্শ্বৱৰ্তী বিভিন্ন অঞ্চলৰ পৰা ৰাইজ সমাগম হোৱা পৰিলক্ষিত হয় । উল্লেখ্য যে, মেলালৈ অহা লোকসকলে প্ৰথমে শিৱ মন্দিৰত সেৱা লয় ৷ তাৰ পাচত ভাগ লয় মাঘী মেলাত ৷

লগতে পঢ়ক : Ali Ai Ligang : ফাগুণৰ বোকোচাত উঠি আহিল হেঁপাহৰ লৃগাং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.