ETV Bharat / state

হোজাইত উদ্ধাৰ কেঁকো সাপ সহ ফেঁটী সাপ

author img

By

Published : Dec 31, 2019, 5:28 PM IST

হোজাইত বন বিভাগৰ সাফল অভিযান ৷ উদ্ধাৰ পাঁচোটাকৈ কেঁকো সাপ আৰু এডাল ফেঁটী সাপ ।

হোজাইত উদ্ধাৰ কেঁকো সাপ সহ ফেঁটী সাপ
হোজাইত উদ্ধাৰ কেঁকো সাপ সহ ফেঁটী সাপ

হোজাই, 31 ডিচেম্বৰ: ৰাজ্যত অব্যাহত আছে চোৰাং বন্যপ্ৰাণী সৰবৰাহ কাৰ্য ৷ হোজাইত উদ্ধাৰ পাঁচটাকৈ কেঁকো সাপ সহ এডাল ফেঁটী সাপ ৷ হোজাই মিছন ৰোডৰ এটা পৰিত্যক্ত ঘৰৰ পৰা বন বিভাগে উদ্ধাৰ কৰে কেঁকো আৰু ফেঁটী সাপটো ৷

উদ্ধাৰ কেঁকো সাপ সহ ফেঁটী সাপ

কোনো দুষ্কৃতিকাৰীয়ে বিক্ৰী কৰিবৰ বাবে ৰাখি থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগৰ লোকে ৷ পিচত বন বিভাগে উদ্ধাৰ কৰি হোজাইৰ ছালবাগান বনাঞ্চলত এৰি দিয়ে সাপকেইটা ৷ অৱশ্যে ঘটনা সন্দৰ্ভত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগে ৷

Intro:হোজাইত উদ্ধাৰ পাঁচোটাকৈ কেঁকো সাপ আৰু এডাল ফেঁটী সাপ।Body:হোজাইত উদ্ধাৰ পাঁচোটাকৈ কেঁকো সাপ আৰু এডাল ফেঁটী সাপ

হোজাই মিছন ৰোডৰ এটা পৰিত্যক্ত ঘৰৰ পৰা বন বিভাগে উদ্ধাৰ কৰে কেঁকো আৰু ফেঁটী সাপটো

কোনো দুস্কৃতিকাৰীয়ে বিক্ৰী কৰিবৰ বাবে ৰাখি থোৱাৰ সন্দেহ

বন বিভাগে উদ্ধাৰ কৰি হোজাইৰ ছালবাগান বনাঞ্চলত এৰি দিয়ে সাপসমূহ

ঘটনা সন্দৰ্ভত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগে

Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.