ETV Bharat / state

হোজাই জিলাৰ লংকা আৰক্ষীৰ সফলতা

author img

By

Published : Mar 23, 2020, 6:06 PM IST

লংকা আৰক্ষীৰ সফলতা, উদ্ধাৰ চুৰি বাইক ৷

হোজাই জিলাৰ লংকা আৰক্ষীৰ সফলতা
হোজাই জিলাৰ লংকা আৰক্ষীৰ সফলতা

হোজাই, 23 মাৰ্চ : হোজাই জিলাৰ লংকা আৰক্ষীৰ সফলতা । ডিমা হাঁচাওৰ তিনকিলোৰ আচাম কুঁৱাৰী পৰা চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । চুৰি হোৱা বাইকখন লংকা টাউনৰ মছজিদৰ ইমাম ছফিকুৰ ৰহমানৰ । যোৱা ২০ মাৰ্চ তাৰিখে লংকা টাউন মছজিদৰ পৰা চুৰি হৈছিল AS02 V 4879 নম্বৰৰ বাইকখন ।

উদ্ধাৰ হোৱা বাইকখন
উদ্ধাৰ হোৱা বাইকখন

চুৰিৰ সংক্রান্তত লংকা আৰক্ষী থানাত দাখিল কৰা হৈছিল এহাজাৰ । উক্ত এজাহাৰৰ ভিত্তিতে অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বাইকখন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.