ETV Bharat / technology

BSNL ৰ নতুন সস্তীয়া প্লেন; দৈনিক লাভ কৰক 3 জিবি পৰ্যন্ত ডাটা - BSNL NEW PREPAID PLANS

গ্ৰাহকক আকৃষ্ট কৰাৰ উদ্দেশ্যৰে বিএছএনএলে মুকলি কৰিছে দুটা নতুন সস্তীয়া প্ৰিপেইড প্লেন ৷ ইয়াৰ মূল্য তথা উপলব্ধ সুবিধাৰ বিষয়ে জানো আহক---

bsnl-introduces-new-prepaid-recharge-plans-with-unlimited-voice-calling-up-to-3gb-data-per-day
BSNL ৰ নতুন সস্তীয়া প্লেন; দৈনিক লাভ কৰক 3 জিবি পৰ্যন্ত ডাটা (BSNL)
author img

By ETV Bharat Tech Team

Published : Jan 2, 2025, 10:22 AM IST

হায়দৰাবাদ: ভাৰত সঞ্চাৰ নিগম লিমিটেডে আৰম্ভ কৰিছে দুটা নতুন প্ৰিপেইড প্লেন । এই প্ৰিপেইড প্লেনসমূহৰ মূল্য 628 আৰু 215 টকা । এই প্লেনসমূহত ব্যৱহাৰকাৰীয়ে ভইচ কলিঙৰ সুবিধাৰ লগতে ডাটা আৰু এক্টিভ ভেলিডিটি লাভ কৰিব । বি এছ এন এলৰ এই দুটা নতুন প্ৰিপেইড প্লেনৰ বিষয়ে জানো আহক ---

টেলিকম টকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি বিএছএনএলে 628 আৰু 215 টকাৰ নতুন প্ৰিপেইড প্লেন আৰম্ভ কৰিছে ।জানিব পৰা মতে, সমগ্ৰ ভাৰতত বিএছএনএল উপলব্ধ সকলো স্থানতো এই দুয়োটা প্লেন উপলব্ধ কৰা হৈছে ।

বি এছ এন এলৰ 628 টকীয়া প্লেন

বিএছএনএলৰ নতুন 628 টকীয়া প্ৰিপেইড প্লেনত ব্যৱহাৰকাৰীয়ে লাভ কৰিব 84 দিনৰ বৈধতা । ব্যৱহাৰকাৰীয়ে 84 দিনৰ বাবে আনলিমিটেড ভইচ কলিং, দৈনিক 100 এছএমএছ আৰু দৈনিক 3GB ডাটা লাভ কৰিব । এই প্লেনৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে হাৰ্ডি গেমছ, চেলেঞ্জাৰ এৰিনা গেমছ, গেমন আৰু এষ্ট্ৰ’চেলৰ সুবিধাও লাভ কৰিব । ইয়াৰ উপৰিও ব্যৱহাৰকাৰীয়ে Lystn Podcast, Zing Music, Wow Entertainment আৰু BSNL Tunes ৰ সুবিধাও ল'ব পাৰে ।

বি এছ এন এলৰ 215 টকীয়া পৰিকল্পনা

215 টকাৰ বি এছ এন এলৰ এই নতুন প্ৰিপেইড প্লেনৰ বৈধতা 30 দিন । এই পৰিকল্পনাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে দৈনিক 2GB ইন্টাৰনেট ডাটা, আনলিমিটেড ভইচ কলিং আৰু দৈনিক 100 এছএমএছৰ সুবিধা লাভ কৰিব । ইয়াৰ উপৰিও এই পৰিকল্পনাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে হাৰ্ডি গেমছ, চেলেঞ্জাৰ এৰিনা গেমছ, গেমন আৰু এষ্ট্ৰ’চেলৰ সুবিধাও লাভ কৰিব । ইয়াৰ উপৰিও ব্যৱহাৰকাৰীয়ে Lystn Podcast, Zing Music, Wow Entertainment আৰু BSNL Tunes ৰ সুবিধাও ল'ব পাৰে ।

বিএছএনএলে বিগত কেইমাহমানৰ পৰা বহু নতুন প্ৰিপেইড প্লেন মুকলি কৰি আহিছে, যিবোৰৰ দাম জিঅ’, এয়াৰটেল আৰু ভোডাফোন-আইডিয়াতকৈ বহু কম । ভাৰতৰ তিনিটা প্ৰধান ব্যক্তিগত টেলিকম কোম্পানী জিঅ’, এয়াৰটেল আৰু ভোডাফোন-আইডিয়াই 2024 চনৰ জুলাই মাহত নিজৰ নিজৰ প্ৰিপেইড আৰু পোষ্টপেইড প্লেনৰ মূল্য বৃদ্ধি কৰিছিল । তাৰ পিছতে দেশৰ শতাধিক ব্যৱহাৰকাৰীয়ে এই কোম্পানীসমূহ এৰি বিএছএনএল চিম ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে ।

বিএছএনএলেও এইটো নিজৰ বাবে এক বৃহৎ সুযোগ বুলি গণ্য কৰিছিল আৰু তেতিয়াৰ পৰাই ই কেৱল নিজৰ নেটৱৰ্কক নিৰন্তৰ উন্নত কৰাৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ কৰাই নহয়, বহুতো সস্তীয়া ৰিচাৰ্জ প্লেনও মুকলি কৰিছে, যিয়ে ব্যৱহাৰকাৰীক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: ১ মাহৰ বাবে বিনামূলীয়া ইন্টাৰনেট, সুযোগ ৩১ ডিচেম্বৰলৈকে, সুবিধাসমূহ তৎক্ষণাত লাভ কৰক

13 মাহৰ বাবে BSNL এ মুকলি কৰিছে সস্তীয়া প্লেন; আনলিমিটেড কল, ডাটা আৰু বহু সুবিধা...!

চিম কাৰ্ড অবিহনেও BSNL ৰ দ্বাৰা শীঘ্ৰেই সম্ভৱ হৈ উঠিব ফোন কল, মেছেজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.