ETV Bharat / state

লংকাত সাংবাদিকসকলৰ ৰঙালী বিহু উদযাপন - journalist bihu celebration at hojai

অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে হোজাই জিলাৰ লংকাত সাংবাদিক সকলে উদযাপন কৰে ৰঙালী বিহু। লংকাৰ সাংবাদিক সকলৰ কাৰ্যালয়ৰ বাকৰিত অনুষ্ঠিত এই অনুষ্ঠানত বৃহত্তৰ লংকাৰ বিহু প্ৰেমী সকলে নাচি-বাগি আনন্দ-স্ফূৰ্তি কৰে ।

লংকাত সাংবাদিকসকলৰ ৰঙালী বিহু উদযাপন
লংকাত সাংবাদিকসকলৰ ৰঙালী বিহু উদযাপন
author img

By

Published : Apr 16, 2021, 1:14 PM IST

হোজাই, 16 এপ্ৰিল : বহাগক লৈ এতিয়া অসমীয়াৰ মন-প্ৰাণ আনন্দ উল্লাসৰে ভৰি পৰিছে ৷ ঢোল-পেঁপাৰ মাতত ৰজনজনাই উঠিছে সমগ্ৰ ৰাজ্য ৷ ইয়াৰ সমান্তৰালভাৱে হোজাই জিলাৰ লংকাতো সাংবাদিকসকলে ৰঙালী বিহু উদযাপন কৰে । লংকাৰ সাংবাদিক সকলৰ কাৰ্যালয়ৰ বাকৰিত এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত পুৱা বিহুৰ পতাকা উত্তোলন কৰাৰ পাছতে জলপান গ্ৰহণ কৰা হয় ৷

লংকাত সাংবাদিকসকলৰ ৰঙালী বিহু উদযাপন

অনুষ্ঠানৰ শেষত বৃহত্তৰ লংকাৰ বিহু প্ৰেমী ৰাইজে একেলগে নাচি-বাগি আনন্দ-স্ফূৰ্তি কৰে ।

লগতে পঢ়ক: টীয়কত বিহু নচাত ব্যস্ত কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.