ETV Bharat / state

লংকাত লক্ষাধিক টকাৰ চোৰাং কাঠসহ মেচিন জব্দ

author img

By

Published : Apr 11, 2021, 10:08 AM IST

শনিবাৰে লংকাত বৃহৎ পৰিমাণৰ চোৰাং কাঠ, এটা কাঠফলা মেচিন আৰু এখন টাটা মোবাইল বাহন জব্দ বন বিভাগৰ ৷ লংকা বনাঞ্চলিক বিষয়া নিৰুট কুমাৰ সুতৰ নেতৃত্বত চলিছিল এই অভিযান ৷

illegal-woods-and-wood-mill-seized
লংকাত চোৰাং কাঠসহ মেচিন জব্দ

হোজাই,11 এপ্ৰিল : হোজাই জিলাৰ লংকাত শনিবাৰে বন বিভাগে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ এটা কাঠফলা মেচিন আৰু এখন টাটা মোবাইল বাহন ৷

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত লংকা বনাঞ্চলিক বিষয়া নিৰুট কুমাৰ সুতৰ নেতৃত্বত এক বৃহৎ বনকৰ্মীৰ দলে দেৰাপথাৰ কাকী আমতলাৰ 3 হাজাৰ বিঘা মাটিত জব্দ কৰে অবৈধ কাঠৰ লগতে কাঠফলা মেচিনটো ৷

লংকাত চোৰাং কাঠসহ মেচিন জব্দ

অনুমানিক ডেৰ লাখ টকাৰ অবৈধ চেগুন কাঠ জব্দ কৰাৰ লগতে এখন AS-02-BC-5847 নম্বৰৰ এখন টাটা মোবাইল বাহন জব্দ কৰিবলৈও সক্ষম হয় বন বিভাগে ।

লগতে পঢ়ক : প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে ৰঙিয়াৰ বহুকেইখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.