ETV Bharat / state

হোজাইত যৌন নিৰ্যাতনৰ বলি 14 বছৰীয়া কিশোৰী

ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বিচাৰ কৰি দিম বুলি আশা দিছিল যদিও বৰ্তমান পৰ্যন্ত ন্যায় নাপালে ভুক্তভোগী কিশোৰী গৰাকীয়ে ৷ যাৰ বাবে শনিবাৰে কাকী আৰক্ষী থানত অভিযুক্ত একালু ৰবিদাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে কিশেৰী গৰাকীৰ পৰিয়ালে

author img

By

Published : Jul 27, 2019, 9:29 PM IST

হোজাইত ধৰ্ষণৰ বলি 14 বছৰীয়া কিশোৰী

হোজাই, 27 হোজাই : হোজাই জিলাৰ কাকীত যৌন নিৰ্যাতনৰ ঘটনা | ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী 14 বছৰীয়া কিশোৰীক বলৎকাৰ কৰে এজন লোকে ৷ উল্লেখ্য যে, কাকী আৰক্ষী থানাৰ অন্তৰ্গত দুইহেজাৰ বিঘাত 15 দিন পূৰ্বে ভুক্তভোগী কিশোৰীগৰাকীৰ দেউতাকৰ বন্ধু একালু ৰবিদাস নামৰ ব্যক্তিজনে বলৎকাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ৷ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বিচাৰ কৰি দিম বুলি আশা দিছিল যদিও বৰ্তমানেও ন্যায় নাপালে ভুক্তভোগী কিশোৰীগৰাকীয়ে ৷ যাৰ বাবে শনিবাৰে কাকী আৰক্ষী থানত অভিযুক্ত একালু ৰবিদাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে কিশেৰীগৰাকীৰ পৰিয়ালে ৷ গোচৰৰ ভিত্তিতে কাকী আৰক্ষীয়ে একালু ৰবিদাসক আটক কৰি কাকী আৰক্ষী থানলৈ লৈ আহে ৷

Intro:হোজাই জিলাৰ কাকীত বলত্কাৰৰ ঘটনা | Body:হোজাই জিলাৰ কাকীত বলত্কাৰৰ ঘটনা | ঘৰত কোনো নথকাৰ সুযোগ লৈ ১৫ দিন পূৰ্বে যুৱতী গৰাকীৰ দেউতাকৰ লগৰ বন্ধু একালু ৰবিদাস নামৰ লম্পদ ব্যক্তিজনে ১৪ বছৰীয়া কিশোৰী গৰাকীক কৰিছিল বলত্কাৰ | কাকী আৰক্ষী থানাৰ অন্তৰ্গত দুইহেজাৰ বিঘাত এই ঘটনা | উক্ত ঘটনা সন্দৰ্ভত গাৱৰ স্থানীয় ৰাইজে বিচাৰ কৰি দিম বুলি কোৱাত, ভোক্তভোগী পৰিয়ালে আজি পর্যন্ত ন্যায় নোপোৱাত আজি কাকী আৰক্ষী থানত এক এজাহাৰ ৰুজু কৰে | পিছত কাকী আৰক্ষীয়ে লম্পদ একালু ৰবিদাসক আটক কৰি কাকী আৰক্ষী থানলৈ লৈ আহে | বৰ্তমান কাকী আৰক্ষীৰ জীন্মাত লম্পদ ব্যক্তিজনে |

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.