ETV Bharat / state

হোজাইত চিলিণ্ডাৰ বিস্ফোৰণঃ অগ্নিদগ্ধ কন্যাসহ এগৰাকী মাতৃ - পিপলপুখুৰী

হোজাইৰ লংকাত পাকঘৰত গেছ চিলিণ্ডাৰত অগ্নি সংযোগ হৈ কন্যাসহ এগৰাকী মাতৃ অগ্নিদগ্ধ৷ দুয়োকে অগ্নিদগ্ধ অৱস্থাত ভৰ্তি কৰোৱা হয় লংকা প্ৰাথমিক চিকিৎসালয়ত

হোজাইত চিলিণ্ডাৰ বিস্ফোৰণঃ অগ্নিদগ্ধ কন্যাসহ এগৰাকী মাতৃ
author img

By

Published : Aug 8, 2019, 9:55 PM IST

হোজাই,8 আগষ্টঃ

  • চিলিণ্ডাৰ বিস্ফোৰণ, অগ্নিদগ্ধ মহিলা
  • হোজাই জিলাৰ লংকাৰ ১নং পিপলপুখুৰীত অঘটন
  • গেছ চিলিণ্ডাৰত অগ্নি সংযোগ হৈ কন্যাসহ এগৰাকী মাতৃ গুৰুতৰভাৱে অগ্নিদগ্ধ
  • অগ্নিদগ্ধ কন্যা গৰাকী বিনীতা দেৱী আৰু মাতৃ একাচেনী দেৱী
  • পাকঘৰত খাদ্য প্ৰস্তুত কৰি থকা অৱস্থাত অগ্নিদগ্ধ হয় কন্যা
  • কন্যাক বছাবলৈ গৈ মাতৃ একাচেনী দেৱীৰ গাতো সংযোগ হয় জুই
  • পৰিয়ালৰ লোকে দুয়োকে ততাতৈয়াকৈ ভৰ্তি কৰাই লংকা প্ৰাথমিক চিকিৎসালয়ত
  • আগৰ পৰাই চিলিণ্ডাৰৰ ৰেগুলেটৰ খোলা থকাত এনে ঘটনা সংঘটিত হোৱাৰ কথা প্ৰকাশ মাতৃৰ

Intro:ৰন্ধা গৃহত গেছ চিলিণ্ডাৰত অগ্নি সংযোগ হৈ কণ্যা সহ এগৰাকী মাতৃ গুৰুত্বভাৱে অগ্নিদগ্ধ | Body:হোজাই জিলাৰ লংকাৰ ১নং পিপলপুখুৰীত অঘটন |ৰন্ধা গৃহত গেছ চিলিণ্ডাৰত অগ্নি সংযোগ হৈ কণ্যা সহ এগৰাকী মাতৃ গুৰুত্বভাৱে অগ্নিদগ্ধ |
অগ্নিদগ্ধ কণ্যা গৰাকীৰ নাম বিনীতা দেৱী(১২),মাতৃ গৰাকীৰ নাম একাচেনী দেৱী (৩৫) | ঘটনা সন্দৰ্ভত জানিব পৰা মতে, হোজাই জিলাৰ লংকাৰ ১নং পিপলপুখুৰীৰ বিনীতা দেৱী নামৰ কিশোৰী গৰাকীয়ে নিজৰ ৰন্ধা গৃহত খাদ্যবস্ত গেছত বনাই থকা অৱস্হাত গেছৰ চিলিণ্ডাৰত জুই সূত্ৰপাত হৈ বিনীতাক জুয়ে চানি ধৰে আৰু নিজৰ কন্যাক বছাৱলৈ গৈ মাতৃ একাচেনী দেৱীৰ গাতো জুই সংযোগ হয় | পিছত পৰিয়ালৰ লোকে দুয়োকে ততাতৈয়াকৈ লংকা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাই | উল্লেখ যে, আগৰ পৰাই গেছৰ চিলিণ্ডাৰৰ ৰেগোলেটৰ খোলা থকাত এনে ঘটনা সংঘটিত হয় বুলি পৰিয়ালৰ লোকে জানিব দিয়ে |

BYTE: পৰিয়ালৰ লোক 1.2/ ডক্তৰConclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.