ETV Bharat / state

তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে এ আই ইউ ডি এফৰ সামূহিক দোৱা

author img

By

Published : Nov 22, 2020, 8:55 PM IST

হোজাইত বদৰুদ্দিন আজমলৰ সামূহিক দোৱা আদায় ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আশু আৰোগ্য কামনাৰে সামূহিক দোৱা আদায় নেতা গৰাকীৰ ৷

aiudfs-prayers-for-the-immediate-recovery-of-assam-former-chief-minister-tarun-gogoi
তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে হোজাইত এ আই ইউ ডি এফৰ সামূহিক দোৱা

হোজাই, 22 নৱেম্বৰ : দেওবাৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ উদ্যোগত হোজাই জিলাৰ গোপালনগৰৰ নিজ গৃহৰ প্ৰাংগনত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে সামূহিক দোৱা আদায় কৰে ৷ লগতে, সকলোকে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আশু আৰোগ্য কামনাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছে ৷

উল্লেখ্য যে, বিগত কিছু দিনৰ পৰাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অবনতি ঘটিছে ৷ মাজতে তেওঁৰ স্বাস্থ্য কিছু উন্নত হৈছিল যদিও শনিবাৰে পুনৰ স্বাস্থ্যৰ অবনতি ঘটাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে ৷

লগতে পঢ়ক : বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ধুবুৰীত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.