ETV Bharat / state

কোভিড-19: হোজাইত আক্ৰান্তৰ সংখ্যা 86 জনলৈ বৃদ্ধি - হোজাই জিলাত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 86 জন

এই পৰ্যন্ত হোজাই জিলাত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 86 জনলৈ বৃদ্ধি হোৱাৰ বিপৰীতে সমগ্ৰ অসমত 595 জনলৈ বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা ৷

হোজাইত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 86 জনলৈ বৃদ্ধি

author img

By

Published : May 26, 2020, 4:18 PM IST

হোজাই, 26 মে’: হোজাই জিলাত কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে 86 জনলৈ ৷ এই সময়লৈকে অসমত পুনৰ 47 জন কৰ’ণা পজিটিভ পোৱা গৈছে ৷ এই 47 জনৰ ভিতৰত এজন হোজাইৰ বুলি জানিব পৰা গৈছে ৷

  • 📌Alert ~ 47 new cases of #COVID19+ reported.

    21 Golaghat, 4 Lakhimpur, 8 Morigaon, Goalpara 3, Hojai 1, MMCH 1, Karbi Anglong 2, Nagaon 5

    ↗️Total cases 595
    ↗️Recovered 62
    ↗️Active cases 526
    ↗️Deaths 04
    ↗️Migrated 03

    Update 10:30 am / May 26#AssamCovidCount pic.twitter.com/e44LHjZf7U

    — Himanta Biswa Sarma (@himantabiswa) May 26, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে বৰ্তমান ৰাজ্যত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 595 জনলৈ বৃদ্ধি হৈছে ৷

লগতে পঢ়ক: দক্ষিণ শালমাৰাত পুনৰ তিনিজন ছাত্ৰ কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.