ETV Bharat / state

হাইলাকান্দিত ডকাইত আটক - hailakandi

হাইলাকন্দি আৰক্ষীৰ জালত পৰিল আন এটা দুৰ্ধৰ্ষ ডকাইত । ৬ এপ্ৰিলত মোহনপুৰৰ ব্যৱসায়ী কাইদুল আলম লস্কৰৰ ঘৰত সংঘটিত ডকাইতিৰ ঘটনাত জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ।

হাইলাকান্দিত ডকাইত আটক
author img

By

Published : Jul 19, 2019, 3:28 PM IST

হাইলাকান্দি, ১৯ জুলাই : হাইলাকান্দি আৰক্ষীৰ হাতত আটক আবাদুৰ ৰহমান বৰভূঞা নামৰ এটা দুৰ্ধৰ্ষ ডকাইত । উল্লেখযোগ্য যে, যোৱা ৬ এপ্ৰিলত হাইলাকান্দি জিলাৰ আলগাপুৰৰ মোহনপুৰ এলেকাৰ কাইদুল আলম বৰভূঞাৰ ঘৰত সংঘটিত হৈছিল এক ভয়াৱহ ডকাইতিৰ ঘটনা । এটা অস্ত্ৰ সহিতে এটা ডকাইতৰ দলে ব্যৱসায়ী কাইদুল আলমৰ ঘৰৰ পৰা সোণৰ আ-অলংকাৰৰ লগতে প্ৰায় ৩০ লাখ নগদ টকা ডকাইতি কৰি লৈ গৈছিল । গৰাকীৰ মূৰত বন্দুক টোৱাই লুট কৰা হৈছিল এই সমগ্ৰ টকা । পিছত যোৱা ৩ মে’ তাৰিখে কৰিমগঞ্জৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৩টা ডকাইতক । আজি পুৱা মোহনপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আন এটা ডকাইত । আৰক্ষীৰ এই সাফল্যত স্থানীয় ৰাইজৰ সন্তোষ প্ৰকাশ ।

Intro:SLUG :: হাইলাকন্দি আৰক্ষীৰ জালত দুধৰ্ষ ডকাইত।

Body:O/C :: হাইলাকান্দি আৰক্ষীৰ জালত আন এটা দুধৰ্ষ ডকাইত। যোৱা ৬ এপ্ৰিল হাইলাকান্দি জিলাৰ মোহনপুৰৰ ব্যবসায়ী কাইদুল আলম লস্কৰৰ ঘৰত সংঘঠিত ডকাইতিৰ ঘটনাত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আবাদুৰ ৰহমান বড়ভূঞা নামৰ ডকাইত জনক।

Conclusion:V/O :: যোৱা ৬ এপ্ৰিল হাইলাকান্দি জিলাৰ আলগাপুৰৰ মোহনপুৰ এলাকাৰ কাইদূল আলম বৰভূঞাৰ ঘৰত সংঘঠিত হৈছিল এক ভয়াহব ডকাইতিৰ ঘটনা। এটা স্বসস্ত্ৰ ডকাইতৰ দলে ব্যবসায়ী কাইদূল আলমৰ ঘৰৰ পৰা সোনৰ আ-অলংকাৰৰ লগতে প্ৰায় ৩০ লাখ টকা ডকাইতি কৰি লৈ যায়। ঘৰৰ গৰাকিৰ মূৰত বন্দুক টোৱাই তেখেতৰ ডিআই গাড়িদি সিন্দুক তুলি আনিছিল ডকাইতৰ দলে । গোট টোত  আছিলে ১৬ টাকৈ ডকাইত। লোহাৰ সিন্দুক , সোনৰ অলংকাৰৰ লগতে এটা মোবাইল ফোন চোৰ কৰি আনিছিল ডকাইতৰ দলে। পিছত যোৱা ৩ মে কৰিমগঞ্জৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৩টা ডকাইতক। আৰু আজি ৰাতিপুৱা মোহনপুৰৰ পৰাই গ্ৰেপ্তাৰ কৰে আবাদুৰ ৰহমান বড়ভূঞা নামৰ আন এটা ডকাইতক। আৰক্ষীয়ে এইটো ডকাইতি কাণ্ডক তৎপৰতা সহ কাম কৰাৰ বাবে সন্তোষ ব্যক্ত কৰিছে স্থানীয় ৰাইজ সহ ব্যবসায়ী কাইদুল আলমে।

byte ::
1. O/C Algapur P.S
2. Kaildul Alom

#####

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.