ETV Bharat / state

হাতত খাৰু, সেন্দুৰ লৈ কি কৰিছে উপায়ুক্তই!

হাইলাকান্দিত এতিয়া চৰ্চাৰ বিষয় জিলা উপায়ুক্ত কীৰ্তি জল্লি

অভিনৱ পদ্ধতিত ভোটৰক আকৰ্ষণৰ প্ৰয়াস হাইলাকান্দি প্ৰশাসনৰ
author img

By

Published : Mar 22, 2019, 5:58 PM IST

হাইলাকান্দি, 22 মাৰ্চঃপৰিবৰ্তনৰ প্ৰতিশ্ৰুতি অথবা সূতা কম্বল নহয়৷ ভোটাৰক আকৰ্ষণ কৰিবলৈ এইবাৰ বিশেষ প্ৰন্থা৷। হোলী খেলি, সেন্দুৰ আৰু খাৰু বিলাই ভোটাৰক ভোট দিবলৈ আহ্বান জনালেহাইলাকান্দিৰ জিলা উপায়ুক্তই ৷

অভিনৱ পদ্ধতিত ভোটৰক আকৰ্ষণৰ প্ৰয়াস হাইলাকান্দি প্ৰশাসনৰ

উপায়ুক্ত গৰাকীয়ে শুকুৰবাৰে জিলা খনৰ বিভিন্ন গাঁৱত উপস্থিত হৈ সাধাৰণ ভোটাৰ ৰাইজৰ লগতে হোলী উদযাপন কৰে আৰু অহা ১৮ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত ভোটদান কৰাৰ আহ্বান জনায়। এই উপলক্ষ্যেজিলা উপায়ুক্ত গৰাকীয়ে বিবাহিত মহিলা সকলৰ মাজতো খাৰু আৰু সেন্দুৰ বিতৰন কৰি ভোটদান কৰিবলৈ আহ্বান জনায়। গাওঁৰ মহিল‍া ভোটাৰসকলক ভোটদান কৰিবলৈ উৎসাহিত আৰু আকৰ্ষিত কৰাৰ বাবে এই পন্থা গ্ৰহন কৰিছে বুলি জনায় জিল‍া উপায়ুক্ত কীৰ্তি জল্লিয়ে।

SLUG :: হোলিত অভিনব পদ্ধতিত ভোটৰ প্ৰচাৰ হাইলাকান্দি জিলা প্ৰশাসনৰ। 

O/C :: আজি ফাগুনৰ উৎসব হোলি। হোলি উপলক্ষ্যত ৰাজ্যত উখল মাখল পৰিৱেশ। লগতে চলিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ। হোলিৰ মাজতে লোকসভা নিৰ্বাচনত ভোটাৰক ভোটদানত উৎসাহিত কৰাৰ এক অভিনব পন্থা গ্ৰহন কৰিছে হাইলাকান্দি জিলা প্ৰশাসনে। 

V/O :: ৰাজ্যত এতিয়া নিৰ্বাচনৰ বতৰ। চাৰিওফালে চলিছে নিৰ্বাচনী প্ৰচাৰৰ প্ৰস্তুতি। কিন্তু ৰাজনৈতিক দল সমূহে প্ৰচাৰ আৰম্ভ কৰাৰ পূৱেই হাইলাকান্দি জিলা প্ৰশাসনে আৰম্ভ কৰিছে ভোটাৰক ভোটদানত অাকৰ্ষিত কৰাৰ প্ৰয়াস। আজি হোলি উপলক্ষ্যত হাইলাকান্দি জিলা উপায়ুক্ত কিৰ্তী জল্লীয়ে গ্ৰহন কৰে এক অভিনৱ পন্থা। উপায়ুক্ত গৰাকীয়ে আজি জিলা খনৰ বিভিন্ন গাওঁত উপস্হিতহৈ সাধাৰণ ভোটাৰ ৰাইজৰ লগতে হোলি খেলি অহা ১৮ এপ্ৰিলত অনুষ্ঠিত হোৱা নিৰ্বাচনত ভোটদান কৰাৰ আহ্বান জনায়। এই উপলক্ষ্যত জিলা উপায়ুক্ত গৰাকীয়ে বিবাহিত মহিলা সকলোৰ মাজতে শাখা আৰু সেন্দুৰ বিতৰন কৰি ও ভোটদান কৰাৰ আহ্বান জনায়। গাওঁৰ মহিল‍া ভোটাৰ সকলোক ভোটদানত উৎসাহিত আৰু আকৰ্ষিত কৰাৰ বাবে এই পন্থা গ্ৰহন কৰিছে বুলি জনায় জিল‍া উপায়ুক্ত কিৰ্তী জল্লিয়ে। 

byte :: Kirti Jally, DC Hailakandi.

#######

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.