ETV Bharat / state

চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে পুৰোহিত সংস্থাৰ প্ৰতিবাদ

author img

By

Published : Oct 15, 2020, 3:58 PM IST

পঞ্চমী পুজাৰ দিনা পুৰোহিত সকলে ক’ভিড-19 টেষ্ট কৰিব লাগিব বুলি চৰকাৰে ঘোষণা কৰাৰ পিছতে জাঙুৰ খাই উঠিছে হাইলাকান্দি পুৰোহিত সংস্থা ৷

PUROHOT PROTEST AT HAILAKANDI
চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে পুৰোহিত সংস্থাৰ প্ৰতিবাদ

হাইলাকান্দি,15 অক্টোবৰঃ সমাগত শাৰদীয় দুৰ্গা পুজা ৷ ৰাইজৰ মাজত দেখা নাই পূৰ্ৱৰ দৰে উচ্চাহ উদ্দিপনা ৷ ক’ৰণা মহামাৰীয়ে মানুহৰ মাজত নাইকীয়া কৰিছে পুজাৰ প্ৰস্তুতি ৷ ইপিনে ৰাজ্য চৰকাৰে এইবেলি পুজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জাৰি কৰিছে কেতবোৰ নীতি নিৰ্দেশনা ৷ মঙলবাৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে কি দৰে পুজা আয়োজন কৰিব লাগিব তাকলৈ কিছু নীতি নিৰ্দেশনা জাৰি কৰিছিল ৷

সেই নাতি নিৰ্দেশনাৰ মাজতে তেঁও ঘোষণা কৰিছিল যে, পঞ্চমী পুজাৰ দিনা পুৰোহিত সকলে ক’ভিড-19 টেষ্ট কৰিব লাগিব ৷ তাৰ পিছতেই এই নিৰ্দেশনাৰ বিৰুদ্ধে হাইলাকান্দি পুৰোহিত সংস্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ অতি শীঘ্ৰে চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে পুজা মণ্ডপ সমূহত পুজা নকৰে বুলি উল্লেখ কৰে পুৰোহিত সংস্থাই ৷

লগতে পঢ়কঃ পৰকীয়া প্ৰেম: নিজ ভতিজাকৰ সৈতে পলায়ন কংগ্ৰেছ নেতাৰ পত্নীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.