ETV Bharat / state

জনতাৰ সান্ধ্য আইনত জনশূন্য হাইলাকান্দি

author img

By

Published : Mar 22, 2020, 5:17 PM IST

দেওবাৰে পুৱা 7 বজাৰ পৰা সন্ধিয়া 9 বজালৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা জনতাৰ সান্ধ্য আইন সম্পূৰ্ণৰূপে সফল কৰিলে হাইলাকান্দিবাসীয়ে ৷

জনশূন্য হাইলাকান্দি
জনশূন্য হাইলাকান্দি

হাইলাকান্দি, 22 মাৰ্চঃ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি হাইলাকান্দি জিলাতো দেখিবলৈ পোৱা গ'ল জনতাৰ সান্ধ্য আইন ৷ হাইলাকান্দিৰ সকলো দোকান পোহাৰ, কাৰ্যালয় আদি বন্ধ থকাৰ লগতে জিলাখনৰ ৰাজপথতো দেখা গ'ল জনশূন্য পৰিৱেশ ৷ দেওবাৰে পুৱা 7 বজাৰ পৰা সন্ধিয়া 9 বজালৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা জনতাৰ সান্ধ্য আইনক সম্পূৰ্ণ ৰূপে সফল ৰূপ প্ৰদান কৰিছে হাইলাকান্দি বাসীয়ে ৷

জনতাৰ সান্ধ্য আইনত জনশূন্য হাইলাকান্দি

লগতে পঢ়কঃ শিলচৰত জনতাৰ সান্ধ্য আইনৰ ব্যাপক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.