ETV Bharat / state

হাইলাকান্দিত বন বিভাগৰ অভিযানত জব্দ অবৈধ বালি ভৰ্তি ট্ৰাক - বন বিভাগৰ কাৰ্যালয়

হাইলাকান্দি জিলাৰ বাওয়াঘাটৰ পৰা অবৈধ বালি কঢ়িয়াই নিয়া দুখনকৈ ট্ৰাক জব্দ কৰিছে বন বিভাগে ৷ বন বিভাগে জব্দ কৰা ট্ৰাক কেইখনৰ নম্বৰ ক্ৰমে AS11 CC062 আৰু AS24 C6031 ৷

hailakandi-sand-truck-seized
হাইলাকান্দিত বন বিভাগৰ অভিযানত জব্দ অবৈধ বালি ভৰ্তি ট্ৰাক
author img

By

Published : Dec 24, 2020, 3:11 PM IST

হাইলাকান্দি, 24 ডিচেম্বৰ : হাইলাকান্দিত বন বিভাগৰ অভিযানত জব্দ হৈছে দুখনকৈ অবৈধ বালিভৰ্তি ট্ৰাক ৷ হাইলাকান্দি জিলাৰ বাওয়াঘাটৰ পৰা অবৈধ বালি কঢ়িয়াই নিয়া ট্ৰাক কেইখন জব্দ কৰিছে বন বিভাগে ৷

বন বিভাগে জব্দ কৰা ট্ৰাক কেইখনৰ নম্বৰ ক্ৰমে AS11 CC062 আৰু AS24 C6031 ৷ বন বিষয়া মিনালকান্তি নাথৰ নেতৃত্বত জব্দকৃত ট্ৰাক কেইখন পৰৱৰ্তী সময়ত হাইলাকান্দি বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে ৷

লগতে পঢ়ক: ৰামলীলা মৈদানত ক্ষুদ্ধ কৃষকৰ সৈতে প্ৰতিবাদ সাব্যস্ত কৰিব আন্না হাজাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.