ETV Bharat / state

হাইলাকান্দিত গুজৰি-গমৰি আহিছে বান - ধলেশ্বৰী

বন্ধ হৈ পৰিছে হাইলকান্দি আৰু শিলচৰৰ যোগাযোগৰ পথ ৷ মুষলধাৰ বৰষুণ অব্যাহত থাকিলে হাইলাকান্দিৰ বান পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

হাইলাকান্দিত অব্যাহত আছে বানৰ তাণ্ডব
author img

By

Published : Jul 15, 2019, 2:30 PM IST

হাইলাকান্দি, 15 জুলাই: বিগত তিনিদিন ধৰি অব্যাহত আছে হাইলাকান্দিত বানৰ তাণ্ডব । কাটাখাল আৰু ধলেশ্বৰী নৈৰ বাঢ়নী পানীয়ে ছিঙাইছে কেইবাটাও মথাউৰি ৷ ফলত প্লাবিত হৈছে হাইলাকান্দিৰ বিস্তীৰ্ণ অঞ্চল ৷ ঘন্টাই প্ৰতি বাঢ়িছে কাটাখাল আৰু ধলেশ্বৰী নৈৰ জলপৃষ্ঠ । যাৰ বাবে ঘৰ-বাৰী এৰি পথত আশ্ৰয় লৈছে বানাক্ৰান্ত লোকসকলে ৷

হাইলাকান্দিত অব্যাহত আছে বানৰ তাণ্ডব

পিছে ৰাইজৰ দুখ-দুৰ্দশাৰ প্ৰতি কাণসাৰ নাই জিলা প্ৰাসাশন তথা জনপ্ৰতিনিধিৰ । হাইলাকান্দিত এতিয়ালৈকে চৰকাৰীভাৱে খোলা হোৱা নাই এটাও আশ্ৰয় শিবিৰ যাৰবাবে দুৰ্ভোগ ভুগিব লগা হৈছে বানাক্ৰান্ত লোকসকলে । ইপিনে বন্ধ হৈ পৰিছে হাইলকান্দি আৰু শিলচৰৰ যোগাযোগৰ পথ ৷ মুষলধাৰ বৰষুণ অব্যাহত থাকিলে হাইলাকান্দিৰ বান পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

Intro:Slug:-হাইলাকান্দিত অব্যাহত আছে বানৰ তাণ্ডব ।

Body:O/C:-যোৱা তিনিদিন ধৰি অব্যাহত আছে হাইলাকান্দিত বানৰ তাণ্ডব।কাটাখাল অাৰু ধলেশ্বৰী নৈৰ বাৰনী পানীয়ে ছিঙিছে কেইবাতা মাথাউৰি ফলত প্লাবিত কৰিছে হাইলাকান্দিৰ ন ন অঞ্চল যাৰ ফলত ভুগিব লগা হৈছে সাধাৰন ৰাইজক।প্ৰতিঘন্টাত বাড়িছে কাটাখাল আৰু ধলেশ্বৰী নৈৰ জলস্থৰ।যাৰভাবে ঘৰ বাড়ি এৰি পথত আশ্ৰয় লৈছে বানাক্ৰান্ত লোক সকলে কিন্তু কাংকাৰ নাই জিলা প্ৰাসাশন তথা জনপ্ৰতিনিধি সকলৰ।হাইলাকান্দিত এটিয়ালৈ খোলা হোৱা নাই এটা ও আশ্ৰয় শিবিৰ নাই ত্ৰান সামগ্ৰী যাৰভাবে দুৰ্ভোগ ভুগিব লগা হৈছে বানাক্ৰান্ত লোক সকলে।ইপিনে বন্ধ হৈ পৰিছে হাইলকান্দি আৰু শিলচৰ যোগাযোগৰ পথ আৰু যদিহে এই মূষলধৰ বৰুষন অব্যাহত থাকে তেনেহলে ভয়াবহ হব পাৰে হাইলাকান্দিৰ বান পৰিস্থিতি।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.