ETV Bharat / state

বহিঃৰাজ্যৰ পৰা পুনৰ হাইকান্দিত উপস্থিত 33 গৰাকী লোক

author img

By

Published : May 21, 2020, 8:31 PM IST

নিৰ্ধাৰিত পৰীক্ষা নিৰীক্ষাৰ অন্তত ইন্সষ্টিটিউচনেল কোৱাৰেন্টাইন চেন্টাৰত ৰখা হৈছে অন্ধ্ৰপ্ৰদেশৰ আৰু হায়দৰাবাদৰ পৰা অহা আটাইকেইগৰাকী লোকক ৷ এই কথা জনাইছে হাইলাকান্দি জিলা প্ৰশাসনে ৷

Again 33 people reached Hailakandi from outside
পুনৰ হাইকান্দিত উপস্থিত 33 গৰাকী লোক

হাইলাকান্দি, 21 মে': হাইলাকান্দিত পুনৰ উপস্থিত বহিঃৰাজ্যৰ পৰা অহা 33 গৰাকী লোক ৷ নিৰ্ধাৰিত পৰীক্ষা নিৰীক্ষাৰ অন্তত ইন্সষ্টিটিউচনেল কোৱাৰেন্টাইন চেন্টাৰত ৰখা হৈছে অন্ধ্ৰপ্ৰদেশৰ আৰু হায়দৰাবাদৰ পৰা অহা আটাইকেইগৰাকী লোকক ৷ এই কথা জনাইছে হাইলাকান্দি জিলা প্ৰশাসনে ৷ ইয়াৰে মাজত থকা 30 গৰাকী যুৱকক স্থানীয় জৱাহৰ নবোদয় বিদ্যালয় কোৱাৰেন্টাইন চেন্টাৰত আৰু 3 গৰাকী মহিলাক লালা বজাৰৰ পিকে বালিকা মহাবিদ্যালয়ত পৃথককৈ ৰখাৰ ব্যৱস্থা কৰাৰ কথা জনাইছে প্ৰশাসনে ৷

বহিঃৰাজ্যৰ পৰা পুনৰ হাইকান্দিত উপস্থিত 33 গৰাকী লোক

এইসকল লোকক 14 দিনলৈকে ইন্সষ্টিটিউচনেল কোৱাৰেন্টাইন চেন্টাৰত ৰখাৰ পাছত পুনৰ 14 দিন হোম কোৱাৰেন্টাইনত ৰখা হ'ব বুলি জনাইছে হাইলাকান্দি জিলা প্ৰশাসনে ৷ উল্লেখ্য যে, বুধবাৰেও বহিঃৰাজ্যৰ পৰা 117 জন জন লোক উপস্থিত হৈছিল হাইলাকান্দিত ৷

লগতে পঢ়কঃ কোভিডৰ দ্বাৰা সবাতোকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে জনগোষ্ঠী সমূহ : ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.