ETV Bharat / state

ৰাজ্যজুৰি পালন অখণ্ড ভাৰত দিৱস

author img

By

Published : Aug 14, 2019, 10:38 PM IST

হিন্দু যুৱ ছাত্ৰ পৰিষদ আৰু বজৰং দলৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অখণ্ড ভাৰত দিৱস উদযাপন

হিন্দু যুৱ ছাত্ৰ পৰিষদ

গোলাঘাট, হাইলাকান্দি , কৰিমগঞ্জ , 14 আগষ্টঃ বুধবাৰে গোলাঘাট জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত শ্বহীদ কেপ্টেইন জিণ্টু গগৈৰ বীৰচক্ৰ স্মাৰক ভৱনত এদিনীয়া কাৰ্যৰ্সূচীৰে অখণ্ড ভাৰত দিৱস উদযাপন কৰে ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিপাঙ্কৰ গোহাঁই আৰু সাংগঠনিক সম্পাদক পল্লৱ শইকীয়া ৷ দেশৰ হকে প্ৰাণ বিসৰ্জন দিয়া কেপ্টেইন জিণ্টু গগৈৰ সমাধি ক্ষেত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পন কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিপাঙ্কৰ গোহাঁয়ে ।

অখণ্ড ভাৰত দিৱস উদযাপন

হাইলাকান্দিত জিলাতো অখণ্ড ভাৰত সংকল্প দিৱস উপলক্ষে বুধবাৰে বৃহৎ সমদলৰ আয়োজন কৰে বজৰং দলে ।
একেদৰে দক্ষিণ কৰিমগঞ্জৰ নিলাম বজাৰত বজৰং দলৰ উদ্যোগত অখণ্ড ভাৰত দিৱস উপলক্ষে সন্ধিয়া উলিয়াই বজৰং দলে ৷

Intro:গোলাঘাট জিলা হিন্দু যুৱ ছাএ পৰিষদৰ উদ্যোগত কেপ্টেইন জিণ্টু গগৈ বীৰচক্ৰ স্মাৰক ভৱনত এদিনীয়া কায্যৰ্সূচিৰে অখণ্ড ভাৰত দিৱস উৎযাপন কৰে।Body:কেপ্তেইন জিন্তূ গগৈ স্মাৰক ভৱনত অনুষ্ঠিত হোৱা মূল কায্যৰ্সূচিত অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিপাঙ্কৰ গোহাঁই আৰু কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক পল্লৱ শইকীয়া আৰু গোলাঘাট জিলা সমিতিৰ সভাপতি বিমান ফুকনে সভাৰ প্ৰাকমহোত্তত বন্তি প্ৰজ্বলনৰ কায্যৰ্সূচি অনুষ্ঠিত হয়, খুমটাইৰ সুযোগ্য সন্তান দেশৰ মাত্ৰীৰ
বাবে প্ৰাণ বিসৰ্জন দিয়া কেপ্টেইন জিণ্টু গগৈৰ সমাধীক্ষেএত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলী অৰ্পন কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিপাঙ্কৰ গোহাঁযে।ইয়াৰ পিছতে সভাৰ বাকী কায্যৰ্সূচি সমূহ অনুষ্ঠিত হয়।Conclusion:Byte 1/কেন্দ্ৰীয় সমিতিৰ সম্পাদক।

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.