ETV Bharat / state

গোলাঘাটত চুৰিকাৰ্য

author img

By

Published : Dec 11, 2019, 10:25 AM IST

আন্দোলন আৰু আইন শৃংখলাজনিত পৰিস্থিতিক লৈ আৰক্ষী ব্যস্ত হৈ থকাৰ সুযোগতে চুৰিকাৰ্য সংঘটিত গোলাঘাটত ৷ সাতখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা লুটি নিলে বিভিন্ন সামগ্ৰী ৷

গোলাঘাটত চোৰৰ চাফাই অভিযান
গোলাঘাটত চোৰৰ চাফাই অভিযান

গোলাঘাট, 11 ডিচেম্বৰ: কেব বিৰোধী প্ৰতিবাদৰ মাজতে গোলাঘাটত চোৰৰ চাফাই অভিযান ৷ গোলাঘাট চাউল বজাৰৰ সাত খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বিভিন্ন সামগ্ৰী লুটি নিলে চোৰে ৷

সাত খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা লুটিলে ভিন্ন সামগ্ৰী

আন্দোলন আৰু আইন শৃংখলাজনিত পৰিস্থিতিত আৰক্ষী ব্যস্ত হৈ থকাৰ সুযোগ লৈ চুৰিকাৰ্য সংঘটিত কৰাৰ অভিযোগ ৷ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ তলা ভাঙি চোৰে লুটি নিলে নগদ ধন, চিগাৰেট, গুটখা, কাপোৰৰ লগতে ভিন্ন সামগ্ৰী ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে আব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক: আৰক্ষীয়ে মুকলি কৰিলে শৃংখল চলিহাক: মাজুলীত ভংগ ১৪৪ ধাৰা

Intro:গোলাঘাট নগৰত চোৰৰ চাফাই অভিযান। প্ৰতিবাদৰ মাজতে গোলাঘাট চাউল বজাৰৰ সাত খনকৈ ব্যৱসায়ী প্ৰতিষ্ঠানত নিশা লুটিলে চোৰে । আৰক্ষীয়ে আন্দোলন আৰু আইন শৃংখলা পৰিস্থিতিত ব্যস্ত হৈ থকাৰ সুযোগ লৈ চোৰৰ চাফাই অভিযান ।ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ তলা ভাঙি চোৰে নিলে নগদ ধন চিগাৰেট , গুটখা, কাপোৰ আৰু বিভিন্ন সামগ্ৰী ।ৰবীন্দ্ৰ গুপ্তা,মতি চন্দ,ৰাকেশ পাল,ভৰত প্ৰসাদ,জিতুমনি বৰা,জাভেদ আলি ৰহমান, খুৰচিদ আলিৰ ব্যৱসায়িক প্ৰতিষ্ঠানত নিশা চোৰৰ এই অভিযান। বৰ্তমান আৰক্ষী উপস্থিত হয় তদন্ত আৰম্ভ কৰিছে ।Body:Byte 1 : ব্যৱসায়ীConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , আসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.