ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা জীনা ৰাজকুমাৰীৰ - singer jeena rajkumari

খুমটাইত কেপ্টেইন জিণ্টু গগৈ সোঁৱৰণি সভাগৃহত টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত আহোম সম্প্ৰদায়ৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক যুৱতী আৰু মহিলাক একত্ৰিত কৰি অনুষ্ঠিত হয় এক সাংস্কৃতিক কৰ্মশালা ৷ এই কৰ্মশালাত উপস্থিত থাকি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে কণ্ঠশিল্পী জীনা ৰাজকুমাৰীয়ে ৷

Tai ahom development council program at khumtai
জীনা ৰাজকুমাৰী
author img

By

Published : Jan 7, 2020, 6:24 PM IST

খুমটাই,7 জানুৱাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ হৈ থকাৰ সময়তে টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত খুমটাইত অনুষ্ঠিত হয় সাংস্কৃতিক কৰ্মশালা আৰু সাংস্কৃতিক অনুষ্ঠান ৷ খুমটাইত কেপ্টেইন জিণ্টু গগৈ সোঁৱৰণি সভাগৃহত টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত আহোম সম্প্ৰদায়ৰ জিলা খনৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক যুৱতী আৰু মহিলাক একত্ৰিত কৰি অনুষ্ঠিত হয় সাংস্কৃতিক কৰ্মশালাৰ অনুষ্ঠান ৷ এই সাংস্কৃতিক কৰ্মশালাৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কণ্ঠশিল্পী জীনা ৰাজকুমাৰী ৷ বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুষ্ঠানৰ মাজতে ৰাজ্যৰ বিভিন্ন শিল্পীৰ দৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰে ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা জীনা ৰাজকুমাৰীৰ

উল্লেখ্য যে,খুমটাইত টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত জনগোষ্ঠীটোৰ কৃষ্টি,সংস্কৃতি নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ মানসেৰে এই অনুষ্ঠানৰ আয়োজন কৰাৰ কথা উল্লেখ কৰে উদ্যোক্তাই ৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সাংস্কৃতিক কাৰ্যসূচীত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰৰ্দশন কৰাৰ লগতে অংশগ্ৰহণ কৰে কেইবাগৰাকী আমন্ত্ৰিত ব্যক্তিয়ে।

লগতে পঢ়কঃবিপাশাৰ জন্মদিনঃ চিকিৎসক হোৱাৰ সপোন দেখা ছোৱালীজনী কেনেকৈ আহিল কেমেৰাৰ সমুখলৈ

Intro:খুমটাইত কেপ্টেইন জিণ্টু গগৈ সভাগৃহত টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত আহোম সম্প্ৰদায়ৰ জিলা খনৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক যুৱতী আৰু মহিলাক একত্ৰিত কৰি এক সাংস্কৃতিক কৰ্মশালা অনুস্থিত হয়।Body:. ৰাজ্যৰ বিভিন্ন প্ৰান্তত CAA ৰ বিৰুদ্ধে প্ৰতিবাদ হৈ থকাৰ সময়তে খুমটাইত অনুস্থিত হ’ল টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত সাংস্কৃতিক কৰ্মশালা আৰু সাংস্কৃতিক অনুষ্ঠান ৷ খুমটাইৰ কেপ্তেইন জিণ্টু গগৈ সোঁৱৰণি সভাগৃহত অনুস্থিত হোৱা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কণ্ঠশিল্পী জিনা ৰাজকুমাৰী ৷ বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে যদিও ৰাজ্যৰ বিভিন্ন শিল্পীৰ দৰে এইগৰাকী কণ্ঠশিল্পীয়েও কা’ৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰে ৷ উল্লেখ্য যে খুমটাইত টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত জনগোষ্ঠীটোৰ কৃষ্টি, সংস্কৃতি নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ মানসেৰে এই অনুষ্ঠানৰ আয়োজন কৰাৰ কথা উল্লেখ কৰে উদ্যোক্তাই ৷ তিনিদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হোৱা সাংস্কৃতিক কাৰ্যসূচীত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰৰ্দশন কৰাৰ লগতে কেইবাগৰাকী আমন্ত্ৰিত ব্যক্তিযে অংশগ্ৰহণ কৰে।Conclusion:Byte 1/ শিল্পী জীনা ৰাজকুমাৰী।

2/ উদ্যোক্তা।

খুমটাইৰ পৰা দিপক হাজৰিকা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.