ETV Bharat / state

ঐতিহাসিক নেঘেৰিটিং শিৱ মন্দিৰত শিৱৰাত্ৰিৰ ব্যাপক আয়োজন

author img

By

Published : Feb 21, 2020, 1:53 PM IST

Updated : Feb 21, 2020, 2:09 PM IST

দেৰগাঁৱতো আয়োজন কৰা হৈছে মহা শিৱৰাত্ৰী ৷ দুদিনীয়া ব্যাপক কাৰ্যসূচীৰে শিৱৰাত্ৰী পালন কৰা হৈছে দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত নেঘেৰিটিং শিৱদৌলত ৷

Shiv Ratri Celebration at negheriting shiv mandir
শিৱৰাত্ৰিৰ ব্যাপক আয়োজন

দেৰগাঁও,21 ফেব্ৰুৱাৰীঃ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দেৰগাঁৱতো আয়োজন কৰা হৈছে মহা শিৱৰাত্ৰী ৷ দুদিনীয়া ব্যাপক কাৰ্যসূচীৰে শিৱৰাত্ৰী পালন কৰা হৈছে দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত নেঘেৰিটিং শিৱদৌলত ৷ শিৱৰাত্ৰী উপলক্ষে শুকুৰবাৰে পুৱাৰে পৰা শিৱমন্দিৰসমূহত ভক্তৰ সমাগম পৰিলক্ষিত হৈছে ৷ একাংশ মন্দিৰত পুৱতি নিশাৰ পৰা মহাদেৱৰ আৰাধনাৰ বাবে সোঁত বয় ভক্তৰ । দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া শিৱৰাত্ৰীৰ মূল পূজাভাগ শুকুৰবাৰে অনুষ্ঠিত হ’ব ৷

ঐতিহাসিক নেঘেৰিটিং শিৱ মন্দিৰত শিৱৰাত্ৰি

লগতে চাওকঃনাৰায়ণপুৰত নকল বিচৰাৰ চলেৰে পৰীক্ষাৰ্থীৰ শ্লীলতা হানিৰ চেষ্টা

Last Updated : Feb 21, 2020, 2:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.