ETV Bharat / state

পথ নিৰ্মাণত দুৰ্নীতি! চুতীয়া ছাত্ৰ সংস্থাৰ অৱস্থান ধৰ্মঘট

গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৷ নিৰ্মাণকাৰ্যৰ সম্পুৰ্ণ হোৱা এবছৰ নৌহওঁতেই জহিখহি জৰাজীৰ্ণ ৰূপ ল'লে সৰুপথাৰ চিলনীজান সংযোগী গড়কাপ্তানী পথে ৷

চুতীয়া ছাত্ৰ সংস্থাৰ অৱস্থান ধৰ্মঘট
author img

By

Published : Aug 26, 2019, 3:34 PM IST

Updated : Sep 9, 2019, 2:25 PM IST

সৰুপথাৰ, 26আগষ্টঃ সৰুপথাৰ চিলনীজান সংযোগী গড়কাপ্তানী পথ নিৰ্মাণত অনিয়মৰ অভিযোগত চুতীয়া ছাত্ৰ সংন্থাৰ অনিদিষ্টকালীন অৱস্থান ধৰ্মঘট ৷ চি চি এল নামৰ বহিৰাগত ঠিকাদাৰী সংস্থাই ২১ কোটী টকা ব্যয় সাপেক্ষে নিবিদা লাভ কৰা ১৯ কিঃমিঃ দৈৰ্ঘৰ পথছোৱাৰ নিৰ্মাণকাৰ্যৰ সম্পূৰ্ণ হোৱা এবছৰ নৌহওঁতেই পথছোৱা জহিখহি জৰাজীৰ্ণ ৰূপ লোৱাত সৰুপথাৰ গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই এই কাৰ্যসূচী গ্ৰহণ কৰে ৷ সংগঠনটোৰ অভিযোগ, ঠিকাদাৰী সংস্থা আৰু গড়কাপ্তানী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰে গোপন মিতিৰালি কৰি পথছোৱা নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰিছে ঠিকাদাৰী সংস্থাটোৱে ৷ সংগঠনটোৱে পথছোৱা পুনৰ মেৰামতিৰ দাবী উত্থাপন কৰাৰ লগতে নিৰ্মাণ কাৰ্যত সংঘটিত দুৰ্নীতিৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী কৰে ৷

Intro:জৰাজীৰ্ণ গড়কাপ্তানী পথ নিৰ্মাণৰ দাবীত সৰুপথাৰত চুতীয়া ছাত্ৰ সংস্থাৰ অনিদিষ্টকালীন অৱস্থান ধৰ্মঘটBody:সৰুপথাৰ চিলনীজান সংযোগী গড়কাপ্তানী পথ নিৰ্মাণত অনিয়মৰ অভিযোগ চুতীয়া ছাত্ৰ সন্থাৰ | আজি সৰুপথাৰ গড়কাপ্তানী বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই অনিদিষ্টকালীন অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰে |

চি চি এল নামৰ বহিৰাগত ঠিকাদাৰী সংস্থাই ২১ কোটী টকা ব্যয় সাপেক্ষে নিবিদা লাভ কৰা ১৯ কি মি দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণকাৰ্যৰ সম্পুৰ্ণ হোৱা এবছৰ নৌহওঁতেই পথছোৱা জহিখহি জৰাজীৰ্ণ ৰুপ ধাৰণ কৰিছে | ঠিকাদাৰী সংস্থা আৰু গড়কাপ্তানী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰে গোপন মিতিৰালি কৰি পথছোৱা নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ অভিযোগ | পথৰ মাজে মাজে দঁ দঁ গাতৰ সৃষ্টি হোৱাৰ বাতৰি ETV BHARAT অসম ত প্ৰকাশ পাইছিল | আজি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সংস্থাই পথছোৱা মেৰামতিৰ দাবী উত্থাপন কৰাৰ লগতে নিৰ্মাণ কাৰ্যত সংঘটিত দুৰ্নীতিৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে |

লক্ষণীয় ভাবে স্থানীয় দল সংগঠনৰ অভিযোগৰ পিছতো গা লৰা নাই গড়কাপ্তানী বিভাগৰ | বিভাগটোৰ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডল কাৰ্যালয়ৰ তৰফৰ পৰা নিৰ্মাণ কাৰ্য ভাল হোৱা বুলি দাবী কৰি এবছৰৰ ভিতৰত ঠিকাদাৰী প্ৰতিষ্ঠান টোক ইতিমধ্যে ১৯ কোটি মুকলি কৰি দিয়ে |
Conclusion:Byte 1/2 - Student
Byte -EE, PWD

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
Last Updated : Sep 9, 2019, 2:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.