ETV Bharat / state

গোলাঘাটৰ পুলিবৰত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ - নাহৰফুটুকী পিঞ্জৰাবদ্ধ

দীৰ্ঘদিন ধৰি আতংকৰ সৃষ্টি কৰি অহা এটা প্ৰকাণ্ড নাহৰফুটুকী অৱশেষত পিঞ্জৰাবদ্ধ হ'ল গোলাঘাটত ৷

rescue-tiger-at-golaghat-pulibor
গোলাঘাটৰ পুলিবৰত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ
author img

By

Published : Apr 23, 2020, 3:04 PM IST

গোলাঘাট 23 এপ্ৰিল: গোলাঘাটৰ পুলিবৰ নৰাগাঁৱত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় বুধবাৰে পুৱতি নিশা ৷ অঞ্চলটোত পূৰ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা 8 টাকৈ নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰাৰ পিচত এইবাৰ 9 নম্বৰটো নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয়।

গোলাঘাটৰ পুলিবৰত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ

বৃহত্তৰ অঞ্চলটোত গৰু,ছাগলী,গাহৰি ভক্ষণ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বহু দিনৰ পৰা ৷ অৱশেষত পিঞ্জৰাত কোনো খাদ্য নথকাকৈয়ে পিঞ্জৰাবদ্ধ হ'ল বাঘটো। বৰ্তমান অঞ্চলটোত আৰু বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।

লগতে পঢকঃ ধিঙত হাইড্ৰপনিক পদ্ধতিৰে উৎপাদন কৰিছে ধানৰ কঠীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.