ETV Bharat / state

চাৰি বছৰীয়া শিশুক ধৰ্ষণ কৰা অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা গোলাঘাট আদালতৰ - whole life imprisonment to rapist

২০১৭ বৰ্ষৰ ২ মাৰ্চত বোকাখাতৰ চিলভেটা গাঁৱত সংঘটিত হৈছিল এই জঘন্য ঘটনা

চাৰি বছৰীয়া শিশুক ধৰ্ষণ কৰা অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা গোলাঘাট আদালতৰ
author img

By

Published : May 9, 2019, 11:51 PM IST

গোলাঘাট, 9 মে': এগৰাকী চাৰি বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যাৰ গোচৰত অভিযুক্ত ভাইটি বৰাইকক বৃহস্পতিবাৰে যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰে গোলাঘাট আদালতে ৷ গোলাঘাটৰ বিশেষ ন্যায়াধীশ সত্যজিৎ খাউণ্ডৰ আদালতে ঘোষণা কৰে এই ৰায়দান ৷

চাৰি বছৰীয়া শিশুক ধৰ্ষণ কৰা অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা গোলাঘাট আদালতৰ

উল্লেখ্য যে, ২০১৭ বৰ্ষৰ ২মাৰ্চত বোকাখাতৰ চিলভেটা গাঁৱত সংঘটিত হৈছিল এই জঘন্য ঘটনা। সম্পৰ্কীয় খুড়াক ভাইটি বৰাইক নামৰ ব্যক্তিজনে শিশুটিক ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰিছিল ৷ কণমানি শিশুটিক হত্যা কৰি চিলভেটা নৈত পেলাবলৈ লৈ যোৱা অৱস্থাত অল্কা বৰাইক নামৰ এজন ব্যক্তিয়ে দেখি চিঞৰ-বাখৰ কৰাত ৰাইজৰ সহযোগত হত্যাকাৰী ভাইটি বৰাইকক আটক কৰি আৰক্ষীক চমজাই দিয়া হৈছিল৷

পৰৱৰ্তী সময়ত ধৰ্ষিতা শিশুটিৰ পিতৃ লৱ বৰাইকে দাখিল কৰা গোচৰৰ ভিত্তিত চলা তদন্তৰ অন্তত গোলাঘাট আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে। ধৰ্ষণ কৰি হত্যা কৰা ভাইটি বৰাইকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৷

Intro: গোলাঘাট আদালতৰ ধৰ্ষণ কাৰীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ৰায় । এজনী ৪ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰা ভাইটি বৰাইকক যাৱৎজীৱন কাৰাদণ্ডৰে দণ্ডিত । গোলাঘাটৰ বিশেষ ন্যায়াধীশ সত্যজিৎ খাউণ্ডৰ আদালতে কৰে এই ৰায় দান । ২০১৭ চনৰ ২ মাৰ্চত বোকাখাত চিলভেটা গাঁৱত সংঘটিত হৈছিল এই জঘন্য ঘটনা । সম্পৰ্কীয় খুড়াক ভাইটি বৰাইকে শিশুটিক ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰিছিল । কণমানি শিশুটিক ধৰ্ষণ কৰাৰ পিছত ডিঙি চেপি হত্যা কৰি চিলভেটা নৈত পেলাবলৈ নিওতে অল্কা বৰাইক নামৰ এজনে দেখি চিঞৰ বাখৰ কৰিছিল । ৰাইজৰ সহযোগত হত্যাকাৰী ভাইটি বৰাইকক আটক কৰি আৰক্ষীক চমজাই দিছিল । পিছত কণমানি জনীৰ পিতৃ লৱ বৰাইকে দাখিল কৰা গোচৰৰ ভিত্তিত চলা তদন্তৰ অন্তত গোলাঘাট আদালতে এই গুৰুত্বপূৰ্ণ ৰায় দান কৰে । ধৰ্ষণ কৰি হত্যা কৰা ভাইটি বৰাইকক যাৱৎজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ।
Body:Byte_অধিবক্তাConclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলগ , Etv Bharat, অসম
8638762280
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.