ETV Bharat / state

নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত উত্তাল প্ৰতিবাদ

নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত ট্ৰেড ইউনিয়নৰ কৰ্মচাৰীসকলৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীৰ দলটোৱে ৷

Protest by trade union worker at numaligarh refinary golaghat assam etv bharat news
ট্ৰেড ইউনিয়নৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ
author img

By

Published : Jul 3, 2020, 2:27 PM IST

গোলাঘাট,3 জুলাই: গোলাঘাটৰ নুমলীগড় শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত সাব্য়স্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ ৷ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে ট্ৰেড ইউনিয়নৰ কৰ্মচাৰীসকলে ৷ দলটোৱে শ্ৰম আইন সংশোধন কৰা,শ্ৰমিকৰ সা-সমস্যাৰ সমাধান কৰা,লক ডাউনৰ বাবে ক্ষতিগ্ৰস্ত শ্ৰমিকক 7500 টকাকৈ প্ৰদান কৰা,বান-গৰাখহনীয়াৰ সমস্যা সমাধান আদি কেইবাটাও সমস্য়া সমাধানৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

ট্ৰেড ইউনিয়নৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ

লগতে চাওকঃ ৰাজ্যত এই পৰ্যন্ত বানত মৃত্যু 34 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.