ETV Bharat / state

1 নং এছিয়ান হাইৱেৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক

39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা ৷ বিধ্বস্ত পথেৰে যাতায়ত ৰাইজৰ ৷

1 নং এছিয়ান হাইৱেৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক
author img

By

Published : Jul 23, 2019, 3:53 PM IST

গোলাঘাট, 23 জুলাই : গোলাঘাটৰ নুমলীগড়ৰ পৰা আৰম্ভ হৈ ম্যানমাৰ সীমান্তত শেষ হোৱা 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে পথচাৰীক । বিধ্বস্ত 1 নং এছিয়ান হাইৱেটো বিগত চাৰিমাহ ধৰি মেৰামতিৰ বাবে তিনিচুকীয়াৰ জে কে এম আৰ এম পি আগৰৱালাই বিভাগীয়ভাৱে দায়িত্ব লাভ কৰিছে যদিও অতি লেহেমীয়া গতিৰে আগবাঢ়িছে পথটোৰ মেৰামতিৰ কাম । যাৰ ফলত পথচোৱাৰে যাতায়ত কৰি দুৰ্ভোগ ভুগি আহিছে ৰাইজে ৷ কিন্তু ইমানৰো পাচত কাণসাৰ নাই ঠিকাদাৰৰ ৷

Intro: অসমৰ এটা ৰাষ্ট্ৰীয় ঘাই পথ । গোলাঘাট জিলাৰ নুমলিগড়ড়ৰ পৰা আৰম্ভ হৈ ম্যানমাৰ সীমান্তত শেষ হৈছে পথটো । যিটো পথেৰে দুবাৰকৈ আন্তৰ্জাতিক কাৰ ৰেলিও সম্পন্ন হৈছিল । সেই পথটোয়েই হৈছে অসমৰ 39 নং ৰাষ্ট্ৰীয় ঘাই পথ । নামাকৰণ কৰা হৈছে এক নং এচিয়ান হাইওৱে । কিন্তু ৰাষ্ট্ৰীয় ঘাই পথটোৰ পথটোৰ বিধস্ত ৰূপ দেখিলে গৰু যোৱা বাট বুলিও নকয় । বিগত চাৰিমাহ ধৰি বিধস্ত পথটো মেৰামতিৰ দ্বায়িত্ব তিনিচুকীয়াৰ JKM আৰ MP আগৰৱালাই বিভাগীয় ভাৱে লাভ কৰাৰ পাছতো শামুকীয়া গতিৰে আগবাঢ়িছে পথটোৰ মেৰামতিৰ কাম । ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত বিভাগৰ গা লৰিল যদিও পথ নিৰ্মাণত গুৰুত্ব নাই ঠিকাদাৰৰ । পথটোত এবাৰ গাড়ী চলোৱাৰ পাছত দ্বিতীয় বাৰ পথটোৰে আহিবলৈ সাহস নকৰে চালকে । বিগত প্ৰায় 7/8 বছৰ ধৰি এনেদৰেই বিধস্ত হৈ পৰা পথটোত বহু দুৰ্ভোগ ভুগিলে জনতাই । পথটোৰ বিধস্ত ৰূপ দেখুৱাই বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত এতিয়া পথটোৰ মেৰামতি কৰা পৰিলক্ষিত হৈছে যদিও কামৰ অগ্ৰগতি 5 শতাংশ ও আগবঢ়া নাই । পথটো বিধস্ত হৈ পৰা চৰকাৰৰ কোনো গুৰুত্ব নথকাত তীব্ৰ সমালোচনা যাত্ৰী আৰু চালকৰ ।
Body:Byte-- যাত্ৰী / চালক
Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.