ETV Bharat / state

গোলাঘাটৰ চাহ বাগিচাত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ

author img

By

Published : May 21, 2021, 2:19 PM IST

নুমলীগড় আৰু বৰচাপৰি চাহ বাগিচাত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ । অসম চাহ মজদুৰ সংঘৰ সম্পাদক তথা বিধায়ক ৰূপেশ গোৱালাই বুজ ল'লে বাগিচা অঞ্চলৰ পৰিৱেশ ।

covid
নুমলীগড় চাহ বাগিচাত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ

গোলাঘাট, ২১ মে': গোলাঘাটৰ নুমলীগড় আৰু বৰচাপৰি চাহ বাগিচাত মহামাৰী ক'ভিডৰ ভয়ংকৰ সংক্ৰমণ বৃদ্ধি পাইছে । ভয়ংকৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে বাগিচা দুখন কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে । বাগিচা দুখনৰ কন্টেইনমেন্ট জ'নত থকা লোকসকলৰ পৰিস্থিতিৰ বিষয়ে বুজ ল'বলৈ শেহতীয়াকৈ পৰিদৰ্শন কৰে অসম চাহ মজদুৰ সংঘৰ সম্পাদক তথা ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই ।

দুয়োখন বাগিচাৰে পৰিচালকসকলৰ সৈতে তেওঁ মত বিনিময় কৰাৰ লগতে নুমলীগড় বাগিচাৰ নতুন ক'ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন কৰে । উল্লেখ্য যে, সমগ্ৰ দেশ মহমাৰী ক'ভিডৰ গ্ৰাসত । চৌদিশে মহমাৰীৰ ত্ৰাস ।

লগতে পঢ়ক: অখিলক দুৰ্ব্যৱহাৰৰ অভিযোগ: কি ক’লে হোজাই কৃষক মুক্তিয়ে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.