ETV Bharat / state

সৰুপথাৰত এন আৰ চিৰ নামত ধন লৈ গ্ৰেপ্তাৰ তিনি কৰ্মী - nrc

ভুক্তভোগী ৰাইজৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হয় বিষ্ণু শইকীয়া, শুভজ্যোতি ৰাজবংশী, অনুপ ঠাকুৰ নামৰ তিনিজন এন আৰ চি কৰ্মী ৷

সৰুপথাৰত এন আৰ চিৰ নথি শুদ্ধ কৰাৰ বাবদ ধন লৈ গ্ৰেপ্তাৰ তিনিজন কৰ্মী
author img

By

Published : May 2, 2019, 10:26 PM IST

সৰুপথাৰ, 2 মেঃ সৰুপথাৰত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল এন আৰ চি কৰ্মী ৷ এন আৰ চি কেন্দ্ৰত শুনানিৰ বাবে হাজিৰ হোৱা লোকৰ নথি-পত্ৰ শুদ্ধ কৰি দিয়াৰ বাবদ ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হয় কৰ্মী তিনিজন ৷

সৰুপথাৰত এন আৰ চিৰ নথি শুদ্ধ কৰাৰ বাবদ ধন লৈ গ্ৰেপ্তাৰ তিনিজন কৰ্মী

ভুক্তভোগী ৰাইজৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হয় বিষ্ণু শইকীয়া, শুভজ্যোতি ৰাজবংশী,অনুপ ঠাকুৰ নামৰ তিনিজন এন আৰ চি কৰ্মী ৷ অভিযোগ অনুসৰি,গোলাঘাট জিলাৰ গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, সৰুপথাৰৰ মেঘৰাজ সোনাৰ আৰু ধিঙৰ জামিনা খাতুন নামৰ মহিলা এগৰাকীৰ পৰা এন আৰ চিৰ নথি শুদ্ধ কৰি দিয়াৰ বাবদ ধন লৈছিল অভিযুক্ত লোক তিনিজনে ৷

Intro:সৰুপথাৰত এন আৰ চি ৰ শুনানি কেন্দ্ৰত শুনানিৰ বাবে হাজিৰ হোৱা পৰিয়ালৰ নথিপত্ৰ শুদ্ধ কৰি দিয়াৰ নামত ধন লোৱাৰ অভিযোগ এন আৰ চি শুনানি কেন্দ্ৰত নিয়োজিত তিনি কৰ্মচাৰীৰ বিৰুদ্ধে | Body:ভুক্তভোগী ৰাইজৰ অভিযোগৰ ভিত্তিত তিনি কৰ্মচাৰীক আজি সৰুপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে |

গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰী কেইজন ক্ৰমে বিষ্ণু শইকীয়া, শুভজ্যোতি ৰাজবংশী, অনুপ ঠাকুৰ |
অভিযোগ অনুসৰি গোলাঘাট জিলাৰ গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সৰুপথাৰৰ চকলি মিছিং গাৱৰ মেঘৰাজ সোনাৰ নামৰ যুৱক জনৰ লগতে নগাঁও ধিং কান্দল মাৰি গাৱৰ জামিনা খাতুন নামৰ মহিলাৰ পৰিয়াল আৰু অন্যান্য ৰাইজৰ নথিপত্ৰ শুদ্ধ কৰি দিয়াৰ নামত এন আৰ চি শুনানি কেন্দ্ৰৰ কৰ্মচাৰী কেইজনেয় ধন দাবী কৰিছিল | Conclusion:BYTE :-1 PUBLIC
BYTE :-2 PUBLIC
BYTE - 3 SDPO
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.