ETV Bharat / state

দেৰগাঁৱত আৱকাৰী বিভাগৰ অভিযান

author img

By

Published : Feb 21, 2020, 5:19 AM IST

গোলাঘাটৰ দেৰগাঁৱত আবকাৰী বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ চুলাই জব্দ ৷ অভিযানকালত জব্দ ২০০০ লিটাৰ অবৈধ চুলাই ৷

গোলাঘাট
দেৰগাঁৱত আৱকাৰী বিভাগৰ অভিযান

গোলাঘাট, 20 ফেব্ৰুৱাৰীঃ দেৰগাঁৱত আৱকাৰী বিভাগৰ অভিযান । অভিযানকালত জব্দ ২০০০ লিটাৰ অবৈধ চুলাই | দেৰগাঁৱৰ বিভিন্ন স্থানত আৱকাৰি বিভাগৰ বিষয়ৱবীয়াই বৃহস্পতিবাৰে পুৱা ৫মান বজাত অভিযান চলাই । অভিযানত ২০০০ লিটাৰ অবৈধভাবে বিক্ৰী কৰা সুৰাৰ লগতে ৯০ লিটাৰ চুলাই, চুলাই বনোৱা সামগ্ৰী জব্দ কৰে । গোলাঘাট আৰক্ষী অধিক্ষক মানবী দাসৰ নেতৃত্বত আৰু দেৰগাঁৱৰ আৱকাৰী পৰিদৰ্শক নৱনীত আগৰৱালা ,দেৰগাঁৱৰ আৰক্ষী বিষয়াৰ সহযোগত চলোৱা হয় অভিযান ।

দেৰগাঁৱত আৱকাৰী বিভাগৰ অভিযান

উল্লেখ্য যে, অবৈধভাবে বিক্ৰী কৰা এই মদ সমুহ নেঘেৰিটিং, হাপানী গাঁও,মিছামৰা, তিনি নং গেট আদি স্থানত অভিযান চলাই জব্দ কৰে । আনহাতে বিগত দিনত গোলাঘাট জিলাৰ বিভিন্ন স্থানত অভিযান চলাই ২০জন লোকক ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ আবকাৰী বিভাগৰ এই আভিযানক প্ৰসংশা কৰিছে স্থানীয় ৰাইজে ৷

আৰু পঢ়কঃ কটকটীয়া নিৰাপত্তাৰ মাজত গুৱাহাটীলৈ অনা হ'ল ছাৰ্জিল ইমামক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.