ETV Bharat / state

দেওপাহাৰত নাহৰফুটুকীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ - NUMALIGARH

শনিবাৰে আবেলি ভাগত খৰি কাটিবলৈ গৈ এজন স্থানীয় লোকে প্ৰত্যক্ষ কৰে অৰ্ধগলিত নাহৰফুটুকী বাঘটোৰ মৃতদেহটো।  দুটা বাঘৰ কাজিয়াৰ ফলতেই বাঘটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ ৷

Leopard
author img

By

Published : Mar 30, 2019, 7:06 PM IST

গোলাঘাট,30 মাৰ্চঃগোলাঘাটৰ নুমলীগড়ৰ দেওপাহাৰৰ কাষত এটা অৰ্ধ গলিত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ ৷ শনিবাৰে আবেলি খৰি কাটিবলৈ গৈ এজন খৰিকটীয়াই প্ৰত্যক্ষ কৰে মৃতদেহটো ৷

দেওপাহাৰত নাহৰফুটুকীৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ

ইয়াৰ পিচতে লোকজনে নুমলীগড় খণ্ড বন বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়ে । খবৰ দিয়াৰ পাচতে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে অৰ্ধগলিত মৃত দেহটো । দুটা বাঘৰ কাজিয়াৰ ফলতেই বাঘটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিলেও অনুসন্ধানৰ পাচতহে প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি প্ৰকাশ কৰিছে বন বিভাগে ৷ আনহাতে মৰণোত্তৰ পৰীক্ষাৰ অন্তত নুমলীগড় বন বিষয়াৰ কাৰ্যালয়ৰ চৌহদতনাহৰফুটুকীৰ মৃতদেহটো দাহ কৰা হয় ।

Intro:গোলাঘাট নুমলীগড় ৰ দেওপাহাৰৰ কাষত অৰ্ধ গলিত অৱস্থাত এটা নাহৰফুটুকী বাঘৰ মৃত দেহ উদ্ধাৰ । দুটা বাঘৰ কাজিয়া ৰ ফলত মৃত্যু হোৱাৰ সন্দেহ বন বিভাগৰ ।Body:গোলাঘাট নুমলীগড়ত নাহৰফুটুকী বাঘৰ মৃত দেহ উদ্ধাৰ । নুমলীগড় কাষৰীয়া দেউপাহাৰৰ কালীয়নী পাহাৰত আজি কিছুদিন পূৰ্বে অজ্ঞাত কাৰণত মৃত্যু হৈছিল এটা নাহৰফুটুকী বাঘ । আৰু আজি আবেলি ভাগত খৰি কাটিবলৈ গৈ এজন স্থানীয় লোকে প্ৰত্যক্ষ কৰে অৰ্ধগলিত নাহৰফুটুকী বাঘটোৰ মৃতদেহটো । প্ৰত্যক্ষদৰ্শীয়ে খবৰ দিয়ে নুমলীগড় খণ্ড বন বিষয়াৰ কাৰ্য্যালয়ত । খবৰ দিয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে অৰ্ধগলিত মৃত দেহটো । বন বিভাগে সন্দেহ কৰে যে দুটা বাঘৰ কাজিয়াৰ ফলতেই মৃত্যু হ'ব পাৰে বাঘটোৰ। মৃত দেহটো মৰুণোত্তৰ পৰীক্ষা ৰ অন্তত দাহ কৰে নুমলীগড় বন বিষয়ৰ কাৰ্যালয়ৰ চৌহদত ।Conclusion:BYTE 1 : বন বিষয়া
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি ETV Bharat , অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.