ETV Bharat / state

বান বিধ্বস্ত কাজিৰঙাত পুনৰ এটা পহুৰ মৃত্যু

তীব্ৰবেগী বাহনে মহতিয়ালে এটা হৰিণাক । টাইমকাৰ্ড প্ৰৱৰ্তনৰ পিছতো একাংশ উদণ্ড চালকৰ অতপালিত মৃত্যু এটাৰ পাছত আন এটা বন্যপ্ৰাণীৰ ।

author img

By

Published : Jul 18, 2019, 8:38 AM IST

বান বিধস্ত কাজিৰঙাত পুনৰ এটা পহুৰ মৃত্যু

নগাঁও, ১৮ জুলাই : বানে জুৰুলা কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লগ এৰা নাই বিপদে । ৰাজ্যৰ শেহতীয়া বানত প্ৰায় ৯০ শতাংশ প্লাবিত হোৱা বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীয়ে নিজৰ ৰাস্তা হেৰুৱাই এতিয়া ওখ ঠাই বিচাৰি ঢাপলি মেলিছে কাৰ্বি পাহাৰৰ দিশে । বুধবাৰে নিশা কাজিৰঙাৰ কাঞ্চনজুৰি বাগিচাৰ সমীপত তীব্ৰবেগী বাহনৰ খুন্দাত পুনৰ মৃত্যু হয় এটি হৰিণাৰ । উল্লেখযোগ্য যে, ভয়াৱহ বানৰ বাবে কাজিৰঙাৰ ৰাজপথত প্ৰৱৰ্তন কৰা হৈছিল টাইম কাৰ্ডৰ ব্যৱস্থা তাৰ পাছতো একাংশ উদণ্ড চালকে তীব্ৰ বেগত গাড়ী চলাই ভাবুকি আনিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীলৈ ।

Intro:কাজিৰঙাত তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু আন এটা পহুৰ। Body:কাজিৰঙাত তীব্ৰবেগী বাহনৰ খুন্দাত পুনৰ এটা পহুৰ মৃত্যু। কাজিৰঙাৰ কাঞ্চনজুৰি বাগিচাৰ সমীপত তীব্ৰবেগী বাহনে মহতিয়ালে এটা হৰিণাক। টাইমকাৰ্ড প্ৰৱৰ্তনৰ পিছতো একাংশ উদণ্ড চালকৰ অতপালিত বিপদত বন্যপ্ৰাণী। ৰাজপথৰ পৰা ছিন্ন ভিন্ন অৱস্থাত উদ্ধাৰ হৰিণাটোৰ মৃতদেহ।
-----------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
17-7-19Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.