ETV Bharat / state

এ আই ইউ ডি এফৰ জন্মত কংগ্ৰেছৰ হাত আছে : কামাখ্যা প্ৰসাদ তাছা

লোকসভাত বিজেপি মিত্ৰজোঁটে 12 খন লাভ কৰিব ৷ এ আই ইউ ডি এফৰ জন্মত কংগ্ৰেছৰ হাত থকা বুলি গোলাঘাটত মে ভি চৌকিদাৰ অনুষ্ঠানত মন্তব্য সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

author img

By

Published : Mar 31, 2019, 9:50 PM IST

গোলাঘাটত মে ভি চৌকিদাৰ অনুষ্ঠানত কামাখ্যা প্ৰসাদ তাচা

গোলাঘাট, 31 মাৰ্চ : এনাজৰী ভৱনত গোলাঘাট জিলা বিজেপিয়ে আয়োজন কৰা ‘মে ভি চৌকিদাৰ’ কাৰ্য্যসূচীত অংশগ্ৰহণ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইবাৰ লোকসভাত বিজেপি মিত্ৰজোঁটে 12 খন লাভ কৰিব বুলি দাবী কৰে সাংসদগৰাকীয়ে ৷ ইপিনে এ আই ইউ ডি এফৰ জন্মত কংগ্ৰেছৰ হাত থকাৰ লগতে কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা পুৰণি বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ আনহাতে সৰ্বকালৰ ব্যৰ্থ সাংসদ বুলি একাংশই সাংসদগৰাকীক কৰা সমালোচনা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যোৰহাট সমষ্টিটো তেওঁ জয়ী হোৱাৰ পূৰ্বে সোণৰ আছিল নেকি বুলি প্ৰশ্ন কৰে৷ লগতে কলিয়াবৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্ত জয়ী হ'ব বুলি দাবী কৰে সাংসদ তাছাই ৷

Intro:গোলাঘাটত মে ভি চৌকিদাৰ অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাচা । গোলাঘাট এনাজৰী ভৱনত গোলাঘাট জিলা বিজেপি আয়োজন কৰা মে ভি চৌকিদাৰ কাৰ্য্যসূচী উপস্থিত হয় সাংসদ কামাখ্যা প্ৰসাদ তাচায়ে অংশগ্ৰহণ কৰি সাংবাদিক আগত কয় AIUDF জন্মত কংগ্ৰেছৰ হাত আছে । কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতা পুৰণি । এইবাৰ সংখ্যালঘু সকলে ভোট নিদিবও পাৰে । দিলে বি জে পিক হে ভোট দিব । এই অভিমত সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ । আৰু কয় বি জে পি মিত্ৰজোটে ৰাজ্যত মুঠ ১২ খন আসন লাভ কৰিব । সৰ্বকালৰ ব্যৰ্থ সাংসদ বুলি একাংশই কামাখ্যা প্ৰসাদ তাচাক সমালোচনা কৰা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ জনে কয় যোৰহাট সমষ্টিটো তেওঁ জয়ী হোৱাৰ আগত সোণৰ আছিল নেকি বুলিও প্ৰশ্ন কৰে । কলিয়াবৰত মিত্ৰজোটৰ প্ৰাৰ্থী মণি মাধৱ মহন্ত জয়ী হব বুলি দাবী কৰে সাংসদ তাচাই ।Body:BYTE 1 : কামাখ্যা প্ৰচাদ তাচা
BYTE 2: কামাখ্যা প্ৰচাদ তাচাConclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি ,ETV Bharat,অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.