ETV Bharat / state

আজি আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস

author img

By

Published : Jun 26, 2019, 4:49 PM IST

সমগ্ৰ বিশ্বজুৰি পালন আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস ৷ সৰুপথাৰ আৰু বৰপথাৰত আৰক্ষীৰ বিশেষ পদক্ষেপ গ্ৰহণ ৷

আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস

সৰুপথাৰ,26 জুন: সমগ্ৰ বিশ্বজুৰি আজি পালন কৰা হৈছে আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস ৷ এই দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসনে সৰুপথাৰ আৰু বৰপথাৰত পৃথকে পৃথকে পালন কৰে এই দিৱস ৷ আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস উপলক্ষে পুৱা সৰুপথাৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী এক শোভাযাত্ৰা উলিওৱাৰ লগতে সৰুপথাৰ মহাবিদ্যালয়ত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ হয় ৷ এই সমদলত সৰুপথাৰ আৰক্ষীক সহযোগ আগবঢ়ায় মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী,স্থানীয় সচেতন ৰাইজ,বিভিন্ন সংগঠন,গাঁওৰক্ষী বাহিনীৰ লোকে ৷ অন্যহাতে বৰপথাৰ নগৰতো বৰপথাৰ আৰক্ষী থানা আৰু স্থানীয় কেইবাটাও ছাত্ৰ সংগঠনৰ উদ্যোগত ড্ৰাগছ বিৰোধী সমদল উলিওৱাৰ লগতে সজাগতামূলক শোভাযাত্ৰা আৰু সভাৰে ৰাইজক সজাগ কৰাৰ প্ৰচেষ্টা হাতত লয় সৰুপথাৰ আৰু বৰপথাৰ আৰক্ষীয়ে ৷

Intro:সমগ্ৰ বিশ্বজুৰি আজি ২৬ জুনৰ দিনটো পালন কৰা হৈচে আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস ৷ এই উপলক্ষে ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসনে বুধবাৰে সৰুপথাৰ আৰু বৰপথাৰত পৃথকে পৃথকে পালন কৰে “International day against drug abuse & lllicit traficking “ ৷ Body:এই উপলক্ষে পুৱা ৯:৩০ বজাত সৰুপথাৰত এটি ড্ৰাগছ বিৰোধী শোভাযাত্ৰা আৰু সৰুপথাৰ মহাবিদ্যালয়ত এখনি সজাগতা সভা অনুষ্ঠিত কৰে সৰুপথাৰ আৰক্ষীয়ে ৷ এই সমদলত ছাত্ৰ ছাত্ৰী, স্হানীয় সচেতন ৰাইজ, বিভিন্ন সংগঠন, গাওঁৰক্ষী বাহিনী আৰু আৰক্ষীৰ লোকে অংশ গ্ৰহন ৷ অন্যহাতে বৰপথাৰ নগৰতো বৰপথাৰ আৰক্ষী থানা স্হানীয় কেইবাটাও ছাত্ৰ সংগঠনৰ উদ্যোগত ড্ৰাগছ বিৰোধী সমদল বাহিৰ কৰা হয় ৷ উল্লেখ্য যে সমগ্ৰ ৰাজ্যৰ লগতে ধনশিৰি মহকুমাতো বৰবিহ সদৃশ ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰীয়ে সানি ধৰিছে ৷ এনে সময়ত আৰক্ষী প্ৰশাসনে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস উদযাপন কাৰ্য্যসূচীক ৰাইজে প্ৰসংশা কৰিছে যদিও ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্হা গ্ৰহনৰ দাবী কৰিছে ৷Conclusion:BYTE :- 1 SDPO
BYTE :- 2 OC BARPATHAR

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.