ETV Bharat / state

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলা নীলাভ বৰাক ৰাজহুৱা ভাৱে সম্বৰ্ধনা

author img

By

Published : Jul 20, 2019, 8:07 PM IST

বৰপথাৰ নগৰৰ ৪ নং ৱাৰ্ডত বসবাস কৰা জ্যোতিৰঞ্জন বৰা আৰু চুমী ভঁৰালী বৰাৰ একমাত্ৰ পুত্ৰ নীলাভে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত আধুনিক নৃত্যত অংশগ্ৰহণ কৰিও সমাদৰ লাভ কৰি আহিছে |

নীলাভ বৰাক ৰাজহুৱা ভাৱে সম্বৰ্ধনা

সৰুপথাৰ, 20 জুলাইঃ ইণ্ডিয়া ইন্টাৰনেচনেল ষ্টাৰ আইকন ছিজন-৩' ত কিড্ কেটেগুৰিত "মিষ্টাৰ কিড্ ইণ্ডিয়া ইন্টাৰনেচনেল ইউনিভাৰ্চ-২০১৯" খিতাপ লাভ কৰা গোলাঘাট জিলাৰ বৰপথাৰৰ নীলাভ বৰাক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় | বৰপথাৰৰ গড়কাপ্টানী বিভাগৰ জিৰণী ঘৰত বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ আঁত ধৰে ছাত্ৰ নেতা ৰিকি বৰায়ে | বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্হা,বৰপথাৰ প্ৰেছ ক্লাৱ,বৰপথাৰ ক্ৰীড়া সন্থা, ব্যৱসায়ী সন্থা,বৰপথাৰ স্থায়ী বিহু সমিতি, ৱ'মেন গ্ৰীভেন চেল, সন্মিলিত মটৰ পৰিবহন সন্থা, বৰপথাৰ আৰক্ষী থানা, বেচৰকাৰী বাচ মালিক সন্থায়ে নীলাভক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু পৰবৰ্তী প্ৰতিযোগিতা সমূহত সফল হোৱাৰ আশীৰ্বাদ জনায় |

নীলাভ বৰাক ৰাজহুৱা ভাৱে সম্বৰ্ধনা

বৰপথাৰ নগৰৰ ৪ নং ৱাৰ্ডত বসবাস কৰা জ্যোতিৰঞ্জন বৰা আৰু চুমী ভঁৰালী বৰাৰ একমাত্ৰ পুত্ৰ নীলাভে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত আধুনিক নৃত্যত অংশগ্ৰহণ কৰিও সমাদৰ লাভ কৰি আহিছে | কেৱল দূৰদৰ্শন, মবাইলত চাই চাই কোনো আনুষ্ঠানিক শিক্ষা নোপোৱাকৈয়ে নীলাভে সৰ্বভাৰতীয় সৌন্দয্য প্ৰতিযোগিতাত উজ্বলি উঠিবলৈ সক্ষম হয় | এই প্ৰতিযোগিতাত বিজয়ী হোৱাৰ সূত্ৰে নীলাভে আগন্তুক বেংকক, আমেৰিকা আৰু ফিলিপাইনছত হব লগীয়া প্ৰতিযোগিতাত অংশ লৱৰ বাবে যোগ্যতা অৰ্জন কৰিছে | নীলাভ বৰপথাৰৰ অঞ্জলি বৰবৰা মেমৰিয়েল একাডেমীৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ৷

Intro:ইণ্ডিয়া ইন্টাৰনেচনেল ষ্টাৰ আইকন ছিজন-৩' ত কিড্ কেটেগুৰিত "মিষ্টাৰ কিড্ ইণ্ডিয়া ইন্টাৰনেচনেল ইউনিভাৰ্চ-২০১৯" খিতাপ লাভ কৰা গোলাঘাট জিলাৰ বৰপথাৰৰ নীলাভ বৰাক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় | বৰপথাৰৰ গঢ়কাপ্টানী বিভাগৰ জিৰণী ঘৰত বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ আঁত ধৰে ছাত্ৰ নেতা ৰিকি বৰায়ে | বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্হা,বৰপথাৰ প্ৰেছ ক্লাৱ,বৰপথাৰ ক্ৰীড়া সন্হা,ব্যৱসায়ী সন্হা,বৰপথাৰ স্হায়ী বিহু সমিতি,ৱমেন গ্ৰীভেন চেল,সন্মিলিত মটৰ পৰিবহন সন্হা,বৰপথাৰ আৰক্ষী থানা,বেচৰকাৰী বাচ মালিক সন্হায়ে নীলাভক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু পৰবৰ্তী প্ৰতিযোগিতা সমূহত সফল হোৱাৰ আশীৰ্বাদ জনায় | Body:সম্বৰ্ধিত হবলৈ পাই  সুখী অনুভৱ কৰা নীলাভক উত্সাহ যোগাই আহিছিল পিতৃ জ্যোতিৰঞ্জন বৰা আৰু মাতৃ চুমী ভঁৰালী বৰায়ে | কেৱল দূৰদৰ্শন,মবাইলত চাই চাই কোনো আনুষ্ঠানিক শিক্ষা নোপোৱাকৈয়ে নীলাভে সৰ্বভাৰতীয় সৌন্দয্য প্ৰতিযোগিতাত উজ্বলি উঠিবলৈ সক্ষম হয়.| এই প্ৰতিযোগিতাত বিজয়ী হোৱাৰ সূত্ৰে নীলাভে আগন্তুক বেংকক,আমেৰিকা আৰু ফিলিপাইনছত হব লগীয়া প্ৰতিযোগিতাত অংশ লৱৰ বাবে যোগ্যতা অৰ্জন কৰিছে | 

বৰপথাৰ নগৰৰ ৪নং ৱাৰ্ডত বসবাস কৰা জ্যোতিৰঞ্জন বৰা আৰু চুমী ভঁৰালী বৰাৰ একমাত্ৰ পুত্ৰ নীলাভে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত আধুনিক নৃত্যত অংশ গ্ৰহন কৰিও সমাদৰ লাভ কৰি আহিছে | নীলাভ বৰপথাৰৰ অঞ্জলি বৰবৰা মেমৰিয়েল একাডেমীৰ দ্বিতীয় শ্ৰেনীৰ ছাত্ৰ Conclusion:Byte :- orge
Byte -- Nilav 
Byte -- Father 

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.