ETV Bharat / state

IAF chopper faces technical snag: ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত নিয়োজিত হেলিকপ্টাৰৰ অথন্তৰ

ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত নিয়োজিত হৈ থকা এখন হেলিকপ্টাৰ পতিত হয় দুৰ্ঘটনাত (IAF chopper faces technical snag) ৷ ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত নিয়োজিত হৈ থকা হেলিকপ্টাৰ খনৰ চকা সোমাল অস্থায়ীভাৱে নিৰ্মিত হেলিপেডৰ বোকাত ৷

ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত নিয়োজিত হেলিকপ্টাৰৰ অথন্তৰ

author img

By

Published : Feb 26, 2022, 7:18 PM IST

বোকাখাত, 24 ফেব্ৰুৱাৰী : ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত নিয়োজিত হেলিকপ্টাৰৰ অথন্তৰ ৷ চাৰিখন হেলিকপ্টাৰে আকাশ মাৰ্গেৰে তেজপুৰৰ পৰা কাজিৰঙালৈ লৈ অনা হৈছিল ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক ৷ ৰাষ্ট্ৰপতিগৰাকীৰ নিৰাপত্তাৰ বাবে বায়ুসেনা বাহিনীৰ এখন হেলিকপ্টাৰ অৱতৰণ কৰা হৈছিল বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ৷

ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত নিয়োজিত হেলিকপ্টাৰৰ অথন্তৰ
ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত নিয়োজিত হেলিকপ্টাৰৰ অথন্তৰ

ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত নিয়োজিত হেলিকপ্টাৰখন অৱতৰণ কৰাৰ পাচতেই লাগে অথন্তৰ (IAF chopper faces technical snag) ৷ কিয়নো বোকাখাতৰ ৰাজহুৱা খেলপথাত নিৰ্মাণ কৰা অস্থায়ী হেলিপেডৰ বোকাত সোমাই যায় হেলিকপ্টাৰৰ চকা ৷ পৰৱৰ্তী সময়ত টেক্টৰৰ সহায়ত হেলিকপ্টাৰখনৰ চকা ওপৰলৈ ওলিয়াই অনাৰ প্ৰয়াস কৰে যদিও তাতো বিফল হয় দায়িত্বত থকা বিভাগীয় বিষয়াসকল ৷

উল্লেখ যে, প্ৰশাসনে নিৰ্মাণ কৰা অস্থায়ী হেলিপেডত ৩ খন হেলিকপ্টাৰ অৱতৰণ কৰাৰ লগতে আন এখন হেলিকপ্টাৰ অৱতৰণ কৰিছিল খেলপথাৰৰ মাজত ৷ যাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰিছে স্থানীয় ৰাইজে ৷

অৱশ্যে এই লৈ কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে সেই স্থানত নিয়োজিত বিষয়াসকল ৷

লগতে পঢ়ক : Ram Nath Kovind Assam Visit: ৰাষ্ট্ৰপতিৰ কনভয়ৰ খুন্দাত নিহত এজন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.