ETV Bharat / state

শ্ৰমিক বিৰোধী বিধেয়ক প্ৰণয়নৰ বিৰুদ্ধে ৰাজপথত শ্ৰমিক

নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত CITU ৰ উদ্যোগত ৰাজপথলৈ ওলাই আহে প্ৰতিবাদকাৰীসকল

ৰাজপথত শ্ৰমিক
author img

By

Published : Aug 2, 2019, 6:14 PM IST

গোলাঘাট, 2 আগষ্টঃ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল গোলাঘাট । শ্ৰম সংস্কাৰৰ নামত শ্ৰমিক বিৰোধী বিধেয়ক প্ৰণয়নৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজপথলৈ ওলাই আহিল শ্ৰমিক সমাজ । নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত CITU ৰ উদ্যোগত ৰাজপথলৈ ওলাই আহে প্ৰতিবাদকাৰীসকল । প্ৰতিবাদকাৰীৰ ভাষ্য অনুসৰি ৰাজ্যৰ সম্পদবোৰ বিক্ৰী কৰি টকা নাইকিয়া কৰিছে চৰকাৰে। সেয়েহে এতিয়া কল্যাণ পৰিষদৰ ধনৰ ওপৰত চকু চৰকাৰৰ। ইয়াৰোপৰি শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি ৬০০ টকা কৰিবলৈ দাবী জনাই প্ৰতিবাদ কৰে শ্ৰমিকসকল ।

ৰাজপথত শ্ৰমিক

আনহাতে বঙাইগাঁৱতো প্ৰস্তাৱিত শ্ৰম আইনৰ প্ৰতিবাদত চিটু তথা সন্মিলিত ট্ৰেড ইউনিয়নে এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ দেশত প্ৰচলিত ১৩ টা আইনৰ সংযোজনেৰে শ্ৰম আইন সংশোধন কৰাৰ প্ৰয়াস কৰা হব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে৷

Intro:Body:শ্ৰমিকৰ প্ৰতিবাদত উত্তাল গোলাঘাট । শ্ৰম সংস্কাৰৰ নামত শ্ৰমিক বিৰোধী বিধেয়ক প্ৰণয়নৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ্ৰমিক সমাজ। CITU ৰ উদ্যোগত ৰাজপথলৈ উলাই অহা প্ৰতিবাদকাৰীৰ দাবী নৰেন্দ্ৰ মোদী চৰকাৰে শ্ৰমিক বিৰোধী নীতি গ্ৰহণ কৰিছে।সম্পদবোৰ বিক্ৰী কৰি টকা নাইকিয়া কৰিছে চৰকাৰে।সেয়েহে এতিয়া কল্যাণ পৰিষদৰ ধনৰ ওপৰত চকু চৰকাৰৰ।ইয়াৰোপৰি শ্ৰমিকৰ নূন্যতম দৈনিক মজুৰি ৬০০ টকা কৰিবলৈ দাবী জনাই শ্ৰমিকসকলে ।Conclusion:Byte 1: প্ৰতিবাদ কাৰী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.